পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ । ধাৰী ॥ গলত গলপতা সাতসৰি৷ উৰে নৱ গুণ পীত উত্তৰী । শ্যামল শৰীৰে শোভে অধিক । ময়ুৰ পুচ্ছ যেন চিকমিক ॥ কম্বুকণ্ঠে শোভে কোম্রাডমণি । প্ৰভাতে উদিত আদিতাজিনি ৷ পুর্ণচিত্র কচি মুখমণ্ডল । কৰ্ণত মকৰ দোলে কুণ্ডল । তাৰ ৰশ্বি জলে গও পাঙৰ। কচিৰ চিবুক চাৰু অধৰ ॥ প্রৱাল ৰঘে যেন কৰে কান্থি । সুন্দৰ দন্ত মুকুতাৰ পান্তি ৷৷ সদায় । হু গুচে ঈষত হাস। নাসা তিলফুল সম প্ৰকাশ অৰুণ লোচন পঙ্কজ পাসি । ধন্সম আছে ভাৰ । প্ৰকাশি ॥ কৰে বক্সময় ত্তিলকে কান্তি কপালে লম্বিত অলকা পাতি ॥ ৰঙ্গে শিৰে ৰত্নময় মুকুট। চূড়ামণি ৰত্নে প্ৰকাশে জুট। তাৰ মাজে ৰত্ন পঙ্কজ মালা। উজ্জ্বল মুখ লাগি তাৰ জ্বালা৷৷ হেল মনোহৰ ৰূপ নিৰক্ষি । ধাকিব সমস্ত অঙ্গক দেখি ও মকৰপৰা পদ পৰ্য্যৰে । নমাইবে গনক দুনাই দেখতে ॥ ধ্বজ বজ যৱ৷ । পঙ্কজ ঘাৱে প্ৰদক্ষিণে নমি পৰিব পাৱে ॥” কৃষ্ণৰ এনে কবিত্বময় ৰপৰ বৰ্ণনা পৃথিবীৰ কেইজন । কবিয়ে এনেকৈ অলপ । কথাৰ ভিতৰতে কৰিব পাৰে ? তপত দিয়া যমদূতৰ ভয়ঙ্কৰ অথচ অতি চমূ বৰ্ণনায় পঢ়িলে ভয়ঙ্কৰ যমদূত আগতে থিয় হৈছে যেন লাগে। "অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ আয়ু ভৈল সমাপত । ভয়ঙ্কৰ তিনি গোটা যমদূত আগে ভৈল উপগত t হতে পপ জৰী, চক্ষু টেৰ কৰি, থুলন্তৰ তাৰ জাঙ্গ। কৃষ্ণবৰ্ণ কায় দেখি ধাতু যানু, হাতত লোহাৰ ডাঙ্গ ॥ ব্ৰাহ্মণক ধৰি, জীৱ বাজ কৰি বান্ধিলেক হাতে তুলি। য়ে অজামিলে পুত্ৰক ডাকিলে, আইস । নাৰায়ণ বুলি ॥” হিৰণ্যকশিপুৰ ক্ৰোধ আৰু তপতাৰ নংক্ষেপতে