পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় আধ্য । ৪ ।

  • এই ওৰেষা বর্ণনতে কীৰ্ত্তন সমাপ্ত । শ্রদ্ধাস্পদ অবুক্ত

চৰিবিলাস আগৰৱাল । ডাঙৰীয়াই ছপোৱা কীৰ্ত্তনত অধৰ কন্দলি বিৰচিত “স্তুগুচা কীৰ্ত্তন’" বুলি এছোৱা ইয়াৰ পিছত দিয়া হৈছে। তাতেলেখা অনেক কীৰ্ত্তন পুথিতো কাৰ্তনৰ সামৰণি মূত্মচা যাত্ৰাত হে কৰা হৈছে । কিন্ত্র কমলাবাৰী আদি প্ৰধান প্ৰধান মহ। পুৰুষায়া সত্ৰত নাম-প্ৰসঙ্গত এই যুন্ধচ। যাত্রা ব্যৱহাৰ কৰা নহয়। তাৰ কাৰণ বিচাৰিলে স্পষ্ট দেখিবলৈ পোৱা যায় যে সি বাবিক। কাওনাৰ ভিতৰত সোমানৰ উপযুক্ত নহয়। তাৰ ৰচনা প্ৰণালী কীৰ্ত্তনতকৈ তল পাপৰ । তাৰ বাহিৰে ৭ কীৰ্ত্তনৰ প্ৰধান লক্ষণেৰে । য বিব:ি । সেই দেখি সেইছোৱ। মহাপুৰুষীয। ঘাহ সত্ৰৰ সত্ৰ সধুসকলৰ ব্যৱহাৰৰ’ বা স্বভাৱ ও বাদ পৰিছে। । ধুমুচা যাত্রা - ণ ত ভক্ত কনদলি প্ৰাৰ্থ । এৰাব নোৱাৰি । শঙ্কৰদেৱে যদি ত’ক কীৰ্ত্তনৰ শেহত মাহ । দিছিল, তথাপি সি কার্যাত অনাদৰণীয় ৬ৈ পৰিল । বিশেষ এৰেষা বৰ্ণনতে কীৰ্ত্তন সমাপ্ত হৈছে । শ্ৰীধৰ কনলি বিখ্যাত “কাণ-খোৱা” পুথিৰ ৰচক। মহাভাৰতৰ "অশ্বমেধপধধৰ পদ এৱেই কৰিছিল । ওপৰত কৈ অহ৷ ‘ঘুনুচা fৰছ কবিশেখৰে কহিলা হেন সার ভৰিনাম লৈয়া ৰ হকে নিস্তাৰ ৷ " কীৰ্ত্তন । ৰত্নাকৰ কলিন্দি ৰহিলা হেন সাৰ । ৰাম নাম বিন৷ নাই সংসাৰ নিস্তাৰ । কীৰ্ত্তন ।

  • **qৰেষাৰ কীৰ্থন কনিয়ো লোকাই ।

শঙ্কৰে ৰচিলা ব্ৰহ্মপুৰাণক চাই । কাঁখন।