পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ B শঙ্কৰদেৱ । তেওঁ বাবাণদীপৰ। পাইছিল বুলি ভণিতাত লেখিছে। " ইয়াৰ পিছত পাষওমর্দন। । বেণা, শ্ৰীমদ্ভাগৱত, বৃহন্নাৰদ্বীয় পুৰাণ, পদ্মপুৰাণ, বৃহৎসংখ্রনাম, -সংহিতা, ইত্যাদি শাৰপৰা, বিশেষকৈ শ্ৰীমদ্ভাগৱত বাৰও স্কন্ধৰপৰা সাৰ উদ্ধাৰ কৰি বাছি বাছি যুক্তি প্রমাণ দি এই ছোৱা তেওঁ ৰচনা কৰিছিল। শঙ্কৰ দেৱে সকীৰ্ত্তনাদি কৰি হৰিভক্তি প্ৰচাৰ কৰিবলৈ ধৰিলতলোক সকলে ভক্তি ৰস পাহ পূজা অাঠা আদি ব্রাহ্মণসকলৰ হাৰাহ বি হত কার্ধ পৰিত্যাগ কৰি শঙ্কৰদেৱৰ ফালে বেছিকৈ ঢাল লোৱা দেখি ব্ৰাহ্মণসকলে শঙ্কৰদেৱক হিংস কৰি, তেওঁৰ ভকত সকলক লঘু লাহন কৰি নাম নিন্দা কৰিবলৈ ধৰিলতধাকৈ তেওলোক ক দলন কৰিবৰ নিমিত্তে তেওঁ এই পাম্ব -সদন ৰচনা কৰিছিল। { ভয়'ৰ পিছত ধ্যান বৰ্ণন।। তাৰ পিছত শ্ৰীমদ্ভা ।

  • "নব্দখিবা নিন্দ! যোক মহলে। আসিল শাস্ত্ৰ বাৰাণী৷ হ/ে

তাহাক চাই নিবৰ্পিলো পৰ হৰি হৰি বুলি তৰ। আপদ , কাঁৰ্ত্তন। + চণ্ড|:ে- কৰr ৮ হf বর্তন বুলিয়া নিদে যিটে। অর ল তাক সম্ভাষণ যি জনে কৰে । অজ্ঞৰ পুণ্য তেখনে হৰে । বিষ্ণুৰ eশ নামে জগদৃত। অ কাজে। যিৰ কৰি আছে গীত ঃ তাকে নিন্দা কৰে যিটো কুমতি। পুণ্যক নাশি যায় অধোগতি ॥' ‘হাদে ষৈক ক যিটো নিষ্কশ । পাছত সমূলঞ্চে যার জল । মুন্ন বখা বোলে মই পত্তি নষ্ট কৰি ফুৰে আনবো চিত ॥ বিকু বৈষ্ণৱক কৰে ধিকাৰ । কৰিহে আগ্নি লি হাক তৰি । ওৰে বাৰাণসী ঠাৱে ঠাৱে । কহিৰ গীত শিখৰে গারে ॥ তথাপিতো জাবি ফুটিল তাৰ । হৰিকীৰ্ত্তমস্ক কৰে ধিকাৰ । কৃষ্ণৰ কথাত যিটো ৰসিক। ব্ৰাহ্মণ ক্ৰয় কৰি করে শিক্ষর বোত মাত্ৰ হৰি দিনে ৰাতি। নাবাছে বন্তি জtস্তি স্বst ফি য়