পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ © শঙ্কৰদেব } ভাটীয়াই গুচি আহি তাটাৰ ক্ষত্ৰি মৌজাৰ কাপাল নামে ঠাত সত্র পাতি ৰলহি । ক্ষেত্ৰিত তেওঁ ছমাহ আছিল। । তাতে মাধৱদেৱৰ মাক মৰে। তঃৰপৰা শঙ্কৰদেৱ গু'চ গৈ চূণপোৰাত সত্ৰ কৰি ছমাহ থাকে। সেই চূণপোবাতৈ ভৱানন সাউদক [ ঘাৰ নাম শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰ দিছিল ] শঙ্কৰদেৱে শিষ্য কৰে । । চূণ পোৰাত ছমাহ থাকি কুমাৰকুচিলৈ যায, তাত এঘৰ চড়াল বা হিৰা। প্রতিবেগৰ ওচৰত থকাৰ আঙুবিধা হোৱা ত তাপৰ৷ গৈ তেওঁ পাটবাউসীত সত্ৰ কৰে । এতিয়া আমি দেখিলে । যে শঙ্কৰদেৱে কালিপুখুৰীত ...। ৬০ বছৰ । বৰদোৱাত গাংমৌত। চাঙ্গনিত . ছ মাহ থাকে ! মোট ৭২ বছৰ ছমাহ । ইয়াৰপৰা ধুৱাহাটলৈ যায় । তাতে কষ্মিণী ক্যাৰ জন্ম হৈ বিষাৰ সমর হস । সেইদেথি ঘদি ধুৱাহাটত তেওঁ কমপক্ষেও ১০ বছৰ থকাটে৷ ধৰা যায়, তেহে আমি পাওঁ তেওঁৰ ৮২ বছৰ বয়সত তেওঁ ধুরীহাট এৰি কৃপাগলৈ আহে। তেও কাপাণত ছমাহ, চূন্সপোৰাত ছমাহ থাকে ; সেইদেখি তেওঁ ভৱানন্দক শবণ দিয়া কালত ৮৩৮৪ বছৰ বৰসীমা বুলি ধৰিব পাৰি। সেইদেখি শঙ্কৰদেৱৰ প্ৰায় ৮০ বছৰ বয়সৰ কালত চৈত প্ৰচাৰিত ধৰ্ম্ম অলপ-অলপকৈ কামৰূপত সোমোৱাটোৰ আভাষ পোৱা যায়। শঙ্কৰদেৱ যেতিয়া ৮০ বছৰীয়াচৈত্য তেতিয়া ১৩ ৪৪ বছৰ বৰসায়। ২৪ বছৰ বয়সত চৈতই । সন্ন্যাস লৈ ধৰ্ম প্ৰচাৰ কৰে।