পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৪ শঙ্কৰদেৱ পালঙ্গাদিৰ চূণপোৰাত সত্ৰ পাতি আছিল, ভৱানন্দ নামে ধনী। । সাউদ এজনক তেওঁ তাতে ভকত কৰে! সেই সময়ত সেই ফালে চৈতন্য প্ৰচাৰিত ধৰ্ম্মক ভুই চাৰিয়ে ধৰা আতৰ পোৱা যায় । ভাৱনাই ও সেই পন্থীয় লোকৰ পল ‘যোল নাম" গ্রহণ কৰিব খুজিছিল। এনেতে তেওঁ শম্বৰদেৱৰ নাম শুনি শঙ্কৰদেৱৰ ওচৰলৈ আহি শঙ্কৰত শৰণ লয় । এতিয়াদেখ ; যা ওক এস্টটে। সুমন কোন ফকত ? সেইটে) । উলিয়াব পাৰিলেই ২, তথ্য প্রচাৰি স্বত্ব লানি-আসামত । সথাং সেই েইকালৰ কামৰূপৰ অ’ত তত । অলপ-অচৰপ সোমোৱৰ কালটে জানৰ পন! যাব । আকবধের ৬০ পছৰ অলপুখুৰী 9, ৭ বছৰ বৰদোসা জন্মাত্মপৰা "মছিল । । ১৭ বড় বয়সত তেওঁ কছাৰাৰ ভস্মত ঘৰদোহ এৰি উত্তৰ পাবলৈ ভাগি গৈ গাংমো : স? পান্তি থাকে। গীনোত তেওঁ ৫ বছৰ থাকে জাক তাতে তেওঁৰ বৰ পুতেক ৰমানন্দৰ জন্ম হয়। ডফলাৰ উপদ্ৰৱত । শঙ্কৰদেৰে গ{ংমোঁ এৰিব চাঙ্গনিত সত্ৰ পাতি ছমাহ থাকে। তেওঁ সেই ঠাই ভাল নেপাত তাক এৰি ধুৰ গাট বা বেলগুৰিলৈ গৈ তাতে সত্ৰ-স ত) পাfত ধৰ্ম প্ৰচাৰ কৰি থাকে। ধুৱাহাটতে শঙ্কৰ দাধৱৰ মিলন হয়, আৰু যাধৰে শঙ্কৰেখে সৈতে বাধ কৰি পৰাস্ত হৈ শকৰ শিষ্যত্ব গ্রহণ কৰে । । তাতে শঙ্কৰদেৱৰ কবিগ নামে কলাএটা জন্ম হয়। । তাতে কম্মুিলী ডাঙৰ হয়। তাতে কঙ্কিণীক বিবাই কৰিবলৈ শৱদেৱে মাধৱদেৱক ধৰে, আৰু মাধৱদেৱ অনাহি স্তর । শঙ্কৰদেৱ ধুৱাহাটত থাকোতেই, আহোম ৰজাৰ হাতী ধৰিবৰ মন হলত, ৰজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ হাতী ধৰিবৰ নিমিত্তে লোকজন পাঠয়ালে। সন্ধিকৈয়ে সেই