পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পঞ্চদশ আধ্যা।

পাণ্ডাৰ হাতত পৰাত প্ৰসাদ পেলালেও দোষ, থবলৈকো নেপায়, থালে ও অৱশেষ হয় , ভাবি চিন্তি উপয নাপাই প্ৰসাদ টি গালে। । সেই আর্টিক। 'তাৱশেষ বুলি মহাপ্রভুত নপ ই আন এfট আাটিকা চৰটি প্ৰসাদ লগড়ে প্ৰভুৰে ঙ তক অৰ্থ "শটি গ্রহণ কৰিলে। । ইদিকে সমাজ ত নটা লহঙ্গা খহিছে। fভতৰৰ খটনাৰ fিবষণব ফ্রা হৈ শঙ্কৰদেৱে ঈষৎ হাস্ত কৰিছে । তাকে দেখ শ্ৰীকৃষ্ণচৈতন্ত ক প্ৰভুহে স্কৰদেৱক কৈছে । সমি» কত হ1হা কৰ। ভ'ল নহয় । গুৰু জন কলৈ , • সমাজৰ ব বাত নাই, ভিতৰত বুজ ল ওক । এই কথা শুনি অন্নপূণাৰ স নব ই খবৰ কৰি সমস্ত ঘটনা জানিব পাৰি। শঙ্কৰদেৱৰ শঙি দেম্বি বিস্ময। মানিছে । এই প্রকাৰে। ঈশ্বৰ পুৰুধ জ:ঞ্জন) সদালাপ কৰি কিছুদিন আছে, ক্ষেত্রস্থানপৰা বৃন্দাবনলৈ যাৱব উচ্ছ৷ হোৱাত কোনো এদিন ভকতসকল। সহিতে চৈতৱা গোদাইৰ মন্দিৰলৈ যাবলৈ সাজু হৈ মাধৱদেৱত কৈছে। বৰাৰ পো, ফকৰা দিবলৈ প্ৰস্তুত হবা। মাধৱে । গুৰুদেৱত জনাইছে, আপোনাৰ দাসে গুৰুৰ কৃপা থাকিলে কোনো কথালৈ ভয় নকৰে তেওঁলোকে ফকৰা দিয়ে যদি তোমাৰ দাসৰ মুখৰপৰাও বাহিৰ হব। চৈত্যদেৱৰ নিত্যানন্দ, শঙ্কৰদেৱৰ । বলোৰাম আলধৰা। নিতাইয়ে ফকৰা দিছে , কেন দেশৰ বৈৰাগী কোন দেশে যান্য । কোন মুখে ভিক্ষা মাগি কোন মুখে থায় ?" বলোৰামে উত্তৰ দিছে, "পূব দেশৰ বৈৰাগী পশ্চিম দেশে যায়। গুৰুৰ মুখে । ভিক্ষা মাগি নিজ মুখে খায় ৷ আকে নিত্যানন্দে কৈছে, ‘কোন দেশৰ বৈৰাগী, কি বুলি কাঢ়িছে ৰাও । সকলো জগৎ হৰিময় দেখে৷ কত দি আছিলা৷ পাও 7’