পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চ শ আধ্যা । ১৮১ নিগাজীকৈ থকাৰ কথা তেওঁৰ জীৱনচৰিতবোৰত পোৱা যায় । চৈতন্যদেৱে ২৪ বছৰ বয়সত সন্ন্যাস গ্রহণ কৰে, ৬ বছৰ দাক্ষিণাত্য, বৃন্দাবন, গৌড় প্রভৃতি ঠাইলৈ অহাযোৱ। কৰি কটায়, শেষ ৮ বছৰ পুৰীত কটায়, আৰু ৪৮ বছৰ বয়সত ১৫৩৩ খ্রীষ্টাব্দৰ আহাৰ মাহ, ওকপক্ষ, সপ্তমা তিথি, ৰবিবাৰে তেওঁৰ মৃত্যু ঘটে। ,‘অস্তলীলাৰ ত্ৰ এবে শুন 'ভক্তগণ বৃন্দাবন হৈতে এদি নীলাচল। আাইলা । আঠাৰ বৰ্ষ তাহ৷ বাস । কাহ নহি গৈলা ॥ চৈতষ্ঠ। চৰিতামৃত গ্রন্থ । ইয়াৰ দ্বাৰাই আমি পা যে এ বাৰ স্বৰদেৱ ১৫৩৩ খ্রীস্টাব্দ ত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈাছল। তেওঁৰ তেতিয়৷ বয়স ৮৪ বছৰ । অনিৰুদ্ধ চিৰিত পুথিত আছে যে নৰনাৰায়ণ ৰজাই আeোম ৰাজ্য এৰি ভাটীৰ ফাললৈ যায়। দ্বিজভূধণ আক দৈত্যাৰিয়ে ও এই কথাকে কয়। ধৈ তাৰি ঠাকুৰৰ পৃথিত তৰছে—নৰনাৰায়ণ নমে আছে এক ৰাজ।। তাৰ বাজে । যাই।ে মন সমস্তে প্ৰজাৰ । দে: সময়ত নৰনাৰায়ণ ৰাজ । মাৰিবে আসাম । ৰাজ্য গৈ: সাজি প্ৰজা ॥" জিভূষণে কয় যে নৰনাৰায়ণৰ বাপেক বিশ্বসিংতই প্রতাপায় তাক ৰাম ধাকে আদি কৰি প্ৰধান ভদকলক আক্ৰমণ কৰিলত তে ওলোক পলাই গৈ গোৰেশ্বৰৰ ৰাজ্যত আছিল গৈ । বিশ্বসিংহ মৰাৰ পিছত যেতিয়া নৰনাৰায়ণ ৰজা হল, তেতিয়াহে তেওঁলোক উভতি আহি নৰনাৰায়ণৰ অস্তুগত হয়হি । নৰনাৰায়ণে সেই ভুয় সকলৰ সহায়ত আহোম ৰাজ্য আক্ৰমণ কৰে। । এই সময়তে শঙ্কৰদেৱে তেওঁৰ শিষ। সকলেৰে দৈতে বেলগুৰি এৰি কেত্রি মৌজাৰ (আজিকালি সৰলক্ষেতি [