পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ > শঙ্কৰদেৱ । ৰচিত হৈছিল বুলি ধৰিব পাৰি । এতিয়া যদি আমি শেহৰটো বছৰ ১৪ ৯৮ খৃষ্টাব্দকে কীৰ্ত্তনব জন্ম বছৰ বুলি ধৰো, তেহে আমি দেখো যে তেতিয়া চৈত্য তেৰ চৈধ্য বছৰীয়া লৰাকাৰণ । চৈতন্তৰ জন্ম শক ১৪•৭ (১৪৮৫ খৃষ্টাব্দ) । যদি অামি অনিৰুদ্ধ ৰচিত পুথিৰ শককে ঠিক বলি ধৰে। অৰ্থাৎ ১৩৮৫ (খৃঃ, ১৪ ৬৩) তেন্তে শঙ্কৰদেৱে তীৰ্থৰপৰা উভতি অহ। কাল ১৪০৬ খৃষ্টাব্দ পাওঁ । তেতিয়া ২১ বছৰীয়া চৈত্য নদীয়াত টোলৰ পণ্ডিত আৰু তাৰ্কিক নিমাই, ধন্যপ্ৰচাৰক চৈতন্ত্য নহয় । বান্ধৱৰ সম্পাদকে নির্ণয় কখা তাবিধ ধৰিলে ও ১৩৮-৩ (১৪৬ খৃষ্টাব্দ । পোৱা যায় ; ১৫ • ৪ খৃষ্টাত চৈত্য ১৯ বছৰীয়া। শঙ্কৰৰ ধৰ্ম প্ৰচাৰ যে চৈতষ্ঠাৰ আগেয়ে, আৰু চৈত্য যে শঙ্কৰৰ গু ক নহয়, এইয়েই তাৰ ঘাই প্রমাণ। চৈত্যাট ২৪ বছৰ বয়সত হে সন্নাস পৈ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে ; তাৰ আগেয়ে তেওঁৰ নাম “নিমাই পণ্ডিত” আছিল আক তেওঁ টোলৰ ছাতৰক ব্যাকৰণ পটাতছিল ; ধৰ্ম্মৰ ধাৰ নাখাইছিল; বৰং অধাৰ্মিকৰ নিচিনা ৱ্যবহাৰ হে কৰি ফুৰিছিল। আৰু ১৩১৪ বছৰীয়া নিমাই তো নদীয়াত "gর্দা বালক { অথচ । অীভদ্ভাগৱত শাস্ত্ৰ পোৱাৰ আগৰেপৰ। শঙ্কৰে সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল। শঙ্কৰদেৱে কীৰ্ত্তন দশম ঘাইকৈ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম প্ৰচাৰত সহায় কৰিবলৈ ৰচিছিল ; আৰু কলিত মুক্তিৰ উপায় কৃষ্ণৰ কীৰ্ত্তন হৰিনাম ধৰ্ম্ম শ্ৰৱণ কীৰ্ত্তন কৰি যাতে সকলে তৰিব পাৰে। তাৰ নিমিত্তে ৰচিছিল। সংস্কৃত শাস্ত্ৰ পঢ়িব নজনা, পটি অর্থ নোপোৱা সৰ্বসাধাৰণ লোকে যাতে সহজে দেশীয় ভাষাত শাস্ত্ৰৰ