পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ আধ্যা শঙ্কৰদেৱৰ জন্মৰ সময়ত আসামত তান্ত্রিক শক্তি-পূজা প্রচ লিত আাছিল। হাহ ছাগ পাৰ ম’হ, আন কি, মা'খুছ পৰ্য্য বলি। দি দেবী গোসানীৰ পূজা কৰা হৈছিল । সত্তৱ তঃ সেই কালতে কি তাৰ কিছু আগেয়ে ৰচিত হোৱা কালিকাপুৰাণত মাহুহ বলিৰ বিষয়ে বিশেষকৈ লেখ। আছে । বলি দিবলৈ উপযুক্ৰ মানুহৰ লাহ্মণাদি কেনে ছব লাগে, আৰু কেনেকৈ সেই বলি। দিব লাগে ইত্যাদি বিষয়ে তাত বহলকৈ বৰ্ণনা কৰা হৈছে। মছলমানে ভঙকামাখ্যা মন্দিৰ নৰন'গ্ৰায়ণ ৰজাই আকৌ সজাই দি কামাখ্যাৰ প্ৰতিষ্ঠা কৰোতে ১৪ • টা মানুহ বলি দিয়া হৈছিল ।* আন কি নৰনাৰায়ণ ৰজাৰ ভতিজাক কোচহাঙ্গোৰ জা ৰঘূদেৱে, কালাপাহাৰে ভঙ। হাজোৰ হয়গ্ৰীৱ মাধৱৰ মণিকূট নকৈ সাজি প্রতিষ্ঠা কৰাওঁতেও তানেক মাসুহ বলি দিছিল, সদিও মন্দিৰৰ ভিতৰত শিলত কাটি লেখি থোৱা বিবৰণত ৰঘুদেৱ ৰজাক কৃষ্ণভক্ত বুলি উল্লেখ কৰা হৈছে। । সেই কালত কামাখ্যাত এক শ্ৰেণীৰ যানুহ আছিল সিহঁতক ভোগী নাম দিয়া হৈছিল । এই মামুহবোৰ নিজৰ ইচ্ছাতে দেবীৰ আগত বলি।। হবৰ নিমিত্তে সাজু আছিল। যি দিনাখনৰেপৰা সিহঁতে সিহঁতক দেবীয়ে বলি লবলৈ আদেশ দিছে বুলি । প্ৰকাশ কৰিছিল, সেই দিনাখনৰেপৰ। সিহঁতক লোকে মাত্য সৎকাৰ কৰিছিল, আৰু • গেছটৰ বুৰঞ্জী চোৰ ।।