পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ৩ দশম আধা । গুণমালা ।- বাৰ স্কন্ধ ভাগৱতৰ সাপ অতি সংক্ষেপকৈ শঙ্কৰ দেৱে এই গুণমালা পুথিখন ৰচনা কৰিছে। । মানুহে থা ওঁতে শোওঁতেউঠোতে বহোতেও কৃষ্ণগুণৰাশি গাব পৰা কৰি এষ্ট । |ালাধাৰি শঙ্কৰদেৱে। গাথিছে । গুণঃালৰ বাৰ স্কন্ধ ভাগৱতৰ। “পকেট এডিচন” অথtৎ চোলাৰ মোনাত লৈ সব পৰা তা»ৰণ { নন্দ যশোদাৰ, গৃহত অপাৰ । । কৰিল৷ বিহুৰ জ ত আধাৰ । অনেক যন্ত্রণা, কৰিল{ মন্ত্রণ। আসিল পুতম), শুষিলা চেতন ॥ কম সঙ্কট, দধি দ্বন্ধ ঘট। সহিতে শকতকবি ও ৮ । ত্য চক্ৰবাত, ভৈল কন্ধ পাত। কৃষ্ণৰ লীলা ত, পৰিয়া শিলাত । উণতৰ স্বামা, প্রভ অন্তৰ্যামী। য'তৃ কোলগামীতুলিলন্য হামি॥ ত শিfখল, গ৬ও দেখল । বিস্ময় মিলিশ, যশোদ। ডৰিল । পাছে ব্ৰজপুৰে, ৰঙ্গে আমি ফুৰে সোণাৰ মুপুৰে, ৰুণজুন < { । অগণি সৰ্পক, যা ধৰিবাক । বেশি দন্ত হাক, নওনগু শক । গোপীকাৰ ঘাৰে, পশি দামোদৰে । অপকাৰ কৰে । দেণ নিৰন্তরে ঃ গোপীগণ আসি, যশোদাত হাসি। কৃষ্ণ ১৷ ৰাশি, কহন্ত প্ৰকাশি । দেখিলে গোৱালী, শিশু বমমালী । নানা চড়বালি, কৰ ধুৱালি ৷ কি কহিবো আন্টকৃষ্ণৰ অ Tয় ) নোদোহস্তে গাই বৎসক পিয়াব ॥ শুনি হেন বাণী, শজে চক্রপাণি৷ নেত্ৰে বা পানী, দেখি নক্ষৰাণী । মেহ উপজিল, সাবটি ধৰিল । আশ্বাস কৰিল মুখে স্তন দিল ॥... “মুচকুন্দ ৰায়, গুতিয়া তথায় 1 আছে নিদ্রণ যায় তাক গৈয়া পায় । মাৰিল চৰণে, জাগিল তেখনে। চাটিল নয়নে, মৰিল যৱনে । ” ইত্যাদি এনে সংক্ষিপ্ত অতুলনীয় বর্ণনাৰে এই গুণমালা বচিত।