পৃষ্ঠা:লভিতা.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
(প্ৰথম অংক – ২য় দৰ্শন)
 

এনেতে বাহিৰত বহুত উৰাজাহাজ উৰি অহাৰ শব্দ হয়। মানুহবোৰে ভয়ত বেছিকৈ চিঞৰ-বাখৰ কৰে। এণ্টি এয়াৰ ক্ৰেফ্‌ট্‌ৰ শব্দ হয়।

মিলিটেৰী। পলা পলা। ভাগ ভাগ।

(মানুহবোৰ যেনিয়ে তেনিয়ে দিহা-দিহি যায়।)

২৪