পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| বাহী। [২ বছৰ, ১২শ সংখ)। টোপনি যাবলৈ বৃথা চেষ্টা কৰি গাড়ীতে জীষণ দি যাওঁ । ৰাতি নখৈ অনু বিধা হয়। আট ডাকবলা বা চাষ যােগ্য আন কোনো ঠাই পালে, অশ্বিক কষৰ নিমিত্তে গাঢ়োৱনটোক কৈ খোৱা হৈছিল। সি বেচেৰাই ৰামাৰ কথা পৰাখিনিত পেলোৱা নাছিল। | এই খিনিৰেপৰা বঁাঁও হাতৰ পৰােৰ অলপ চাপৰ হৈ যাবলৈ ধৰিলে । আৰু এফালৰ ওখ পৰ্মত শ্রেণীও কিছু দূৰৈ হৈ গ'ল। অৱশ্যে সকলো ঠাইতে এনে হোৱা নাছিল। এইবােৰ ঠাই দেখা আজি ভালেমান দিন হল। স্মৃতিয়ে বিমানলৈকে ঢুকি পাইছে তাকেহে লেখিছো। ঠাইৰােৰ বৰ ঠিক বর্ণনা দিব পাৰিছে বুলি কবলৈ বৰ মাহ কৰিব নােৱাৰে। কিন্তু প্রখ কজন শকি থকা পাঠকে ইয়াৰপৰাই যাট প্রাকৃতিক অৱস্থাৰ এটা আন্দাজী” অনুমান কৰি লব পাৰিব বুলি আশা কৰিলে। আমি অল্প দুৰ যোৱাৰ পাছতে দেখিলোঁ এজাক নগা কৰবাৰপৰা ওলাই হি নিজৰ ভিতৰত বিংবিংশং-বাংকৈ কিবা কথা পাতি পাতি আৰু আমাকে চাই হাঁহি হাঁহি আমাৰ গাড়ীৰ পাছে পাই আহিবলৈ ধৰিলে৷মোৰ যত দুৰ মনত পৰুে সিহতৰ সৰ ভাগৰ চকুৰ দৃষ্টি ৰাৰ চকুৰ সৃষ্টিৰ দৰে থাপূর্ণ ছিল। কিন্তু সেই কথা এতিয়া বৰ ডাঠকৈ কৰ নােৱাৰিলে। সিহঁত আমাৰ গাড়ীৰ নিচেই ওচৰে ওচৰে আহিবলৈ ধৰিলে। গাড়ো- বানটোৱে আমাক আমাৰ বেগ,ভি, কাপোৰ ইত্যাদি সাৱধানে ৰাখিবলৈ কলে; কিয়নো নাযােৰে হেনাে কেতিয়া এল পালে গাড়ীৰ ৰন্তু আজোৰ মাৰি লৈ পৰ্বৰী সৰু বাটেল অদৃশ্য হৈ যায়। এতে অটল বহুভ ৰাৰ এটি গৈছে। আমি সাৱধান হলে। অলপ পৰৰ পাছত আমি লাজাকৰ অঞ্চ এলে। গড়েৰ মুখে শুনিলে, এইজৰু লগা হেনাে গৰকাধানিৰ তৰফৰপৰা আলি মেৰামৰ কাম কৰিবলৈ গৈছিল। আজি কালি হেনো হত না তুলি এনে কামত লগোৱা হয়। পিনে-ণে আৰু চেয়ে এই নগাৰােৰ আমাৰ ফালৰ লগাতকৈ ভাল যেন দেখিশে।। আপিৰ ৰাতিৰ লগা গাৱৰ ওচৰ ৰখাৰ খেল আৰ যাওঁ ওঁ হল। মণিপুৰ বোত্তৰ নিচেই আলিৰ গতিতে এই যে একমাত্র না খাও। বৰবোৰ যৰ তাৰ গহয়। ইকোপাত কি তেনে এই কি খেৰেৰে কােৱা। মূখেছি