পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২৪ বছর, ১২ নং । বাহী। পশ্চিমীয়া-বৃন্দাবন মাজে- যাই মোহন বাহী সুললিত সুৰে। অাসাম এদেশ-ভজে, | শুনিছে গােপিনী সবে লগ লাগি উলাহেৰে গোপ সকলেৰে। শুনি শুনি মােহ যায়, শঙি সংজ্ঞা পুনৰ | ঘূৰি ঘুৰি বজাৰলৈ কয় আগ্ৰহেৰে । বাঁহীৰ শুনিলে মত, নেলাগেও পানী ভাত, | আৰু কিবা লাগে বুলি মনতো নপৰে। উগুনী ফলীয়া ৰতা- হৰ লগে লগে আছি, চকু কাণ ৰাটে সুৰ যেতিয়া মোময়, হোটি ইন্দ্রিয় স'তে, বুদ্ধি অহঙ্কাৰ মনে, ৰহীৰ মুৰতে একবাৰে লৰু ৰাঙ্গ। কৃল ঈং বড় লই, শহীয়ে অসাম ঘূৰে, চত পাই য'তে ত’তে বীজ লিচি দিয়ে। নবীগােল খোলী মন-পথাৰত পৰি গছি ভাতে ডাল পাত ঠন ধৰি জীয়ে। ৰাহীৰ মাতত আছে, মুর্তিময়ী তিনি গড়ি, সার্ষিকী ৰাজী আৰু তামসী গামেৰে। যেয়ে ফি গত চৰা, সেয়ে গতি-গোত্র জানে, সেয়ে সিৰেই ভাবি সি সি অর্থ খৰে। সত্ততে বজাই ৰাহী, চকু পদুমৰ পাহি, মৰাপাধী বিকুষিত মে, যশ। কোটি-কাম-কীয়, আদি খোবিক সেই অৱৰি কৰিম ৰা ৰীৰৰ চঞ্চল চলৰ লা অৰে ধমকালথাৰি, বইটি হাত অাৰু আ নৰ।