পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। | ২৪ বছর, ১২শ সংখ। কায়স্থে নদীত কাল বিছে, তেওঁৰ নিবাস হােকোৰাচিত 1 পােবিশে লোকজন বিশিষ্ট দেখি জিজ্ঞাসা কৰিছে ইাত কায়স্থ লােক আছে নে ? তেওঁ উত্তৰ দিয়ে জামিয়ে কায়স্থ, কি সুধিলে। প্রয়োজন আছে হেতু শোধ হৈছে। মজি নাও ৰাখি যমল উঠি খান পৰিদৰ্শন কৰি গপাণিৰ ওচৰতে ঘৰ সজাই বাস কৰিলে। ও বিদায় দি আমিলৈ সম্ভাষণ জনাই কে। নাৱৰীয়া লােক সকল ফিৰি অাহি বাঘৰি মাজিক সমুদায় বিবৰণ অনালে ;তেও গুনি মনত বৰ সন্তোষ লাভ কৰিলে। বৰষ্ণণা অাতা ছুিদিন সুখে থাকি আমাধৱৰ আকৰ্ম্ম উপনয়ন আদি সমাধা কৰি উৰ্বসী কন্যাক গয়পাৰি বা ৰাৰ দাগ অতাত বিবাহ দিলে। তৎপৰ মনােৰমা প্রাই আৰু কন্যা উৰ্ব্বাসী ৰামদাসৰ ৰিত ৰাখি পিতা পুত্র উভয়ে বা কালৈ গুচি গল। বৰ পুত্র দামােদৰে পিতৃ আগমনৰ সংবাদ পাই, কিছু বাটলৈ আগ বাঢ়ি গৈ সেৱা ধৰি আগ বঢ়াই আনিলে, মাধৱক লগত গেৰি পৰিচয় লােৱাত তােমাৰ কনিষ্ঠ ভ্রাতা বুলি চিনাকী কৰি দিছে। এওঁৰ কনিষ্ঠা ভগিনী এটিও আছে আৰু তোমাৰ বিমাতাকে। ৰামদাসৰ ঘৰত ৰাখি আহিছে। দামো- গৰে ভ্ৰাতৃজনক সাবটি ধৰি চুম্বন কৰিছে, মাখৱেও জেষ্টজনক প্রণিপাতে প্রণাম কৰিলে। পিতা পুত্র তিনিয়োজন এই প্ৰকাৰে সুখে আছে। মাথ- বক সংস্কৃত পঢ়াশালিলৈ বিদ্যা শিক্ষাৰ কাৰণ পঠালে। অতি অল্প দিনৰ তিৰতে শাস্ত্র অধ্যয়ন কৰিলে, ন্যায়, তক নীতি প্রভৃতি শিক্ষা লাভ কৰি গৃহীত হলও পিতৃদেৱ বৰকণা অতি পৰলােক গমন কৰিলে। অন্ত্যেষ্টি ক্রিয়া সমাপ্ত কৰি উচিত দিনত দশকৰ্ম্ম কৰা হল, আ শ্রাদ্ধলৈ খৰচৰ নাটনি পৰাত গামোদাৰে কনিষ্ঠ ভ্রাতা মধত কৈছে, যােপা টকা কড়ি নাই কি উপায় কৰা হব। গক্ষিণাৰ নিমিত্তে ব্রাহ্মণসকলে ৰ বাৰী লুট কৰি নিৰ খোজে, জাতিসকলক দুটি ভোজ দিব লাগিব। পদায়েকৰ কথা শুনি মাধৱদেৱে কৈছে, ভয় নকৰিবই সমুদায় লেঠা মাৰিম। এই বুলি কিছুমান তামোল পার্ক লৈ ব্রাহ্মণ সমাজৰ প্ৰতিওঁ আৰু পঢ়াশালিলৈ গৈ প্রধান প্রধান লােক গে অনি জনাইছে আমাৰ পিতৃ দেৱতা পৰলােক প্রাপ্ত হৈছে। দক্ষিণা নিবৰ উপায় নাই, আপােনাসকলে অহ নকৰিলে পায় নাই; ব্রাহ্মণ মণ্ডলি বাক্য সন্তোষ লাভ কৰি শ্ৰাদ্ধলৈ নাস্থিল।