পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখন বছ] মাঘ, ১৮৩১। তৃতীয় সংখ্যা। হী SAM বাহী কোনে নো বজাইছে বাহী সন্ধিয়া বেলি? কোনে নন সুৰেৰে মাতে ৰাধিকা ৰাধিকা। গধুলি বতাহ ধীৰে ৰিব ৰিব বয়, কোনে ৰাধা বুলি মাতে হই তন্ময় নোৱাৰে। ঘৰত ৰব টানে বাহী মোক! লাল দু সকলোতে নেওটা পকে। কেনি যাম ৰাট সখি দেখুৱাই দিয়া। উগুল-ধুগুল মন থিৰ নাই হিয়া।