পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ বা ১১ স1। আমার দুর্ভাগ্যবশতঃ পামোদৰে এখনিও পুণি লিখি থৈ নগল। এতিয়াও সামৰ গৱে গৱে কামােদৰীয়া বৈষ্ণৱসকলে শঙ্কৰ মাজে লিখা কীর্তন, যােৰা জাদি পুথিৰ পদ মাতি হে কীৰ্ত্তন প্রসঙ্গ জাতি কৰে। প্রতিবাদ লিখৰুে ৰামান আৰু সার্বভৌম ভট্টাচাৰ্যক শসেবী “জাতি ভয়" ব্রাহ্মণ বুলিছে। বুৰঞ্জীয়ে দুর্কি পােৱা সময়ৰ ভিতৰতে ক্ষত্রিয় ৰাজ কুমাৰ বুক দশ অৱতাৰ এক অৱতাৰ বুলি মানি ভাৰতবৰ্ষৰ ব্ৰাহ্মণগুলি তিভ্রষ্ট হৈছে নে কি? (১) এতিয়ালৈকে আসাম ভালেমান মহাপুৰুৰীয়া ব্রা খোঁসাই আৰু পৰ পৰু ব্ৰাক্ষ্মণ আছে। আমি সোর্থে, সচালচিকেসে এওঁলােক জাতিভ্রষ্ট বুলি সমাজৰপৰা বর্জিত হৈছে নে ? মিছাতে ৰামানন্দ আৰু সার্বচ্চোৰ ভট্টাচাৰ্যক গালি পাৰিলে কি ? শনে মহম্মদ নাই ক্রাইষ্টৰ নিচিনাকৈ নতুৰ ধৰ্ম্ম সৃষ্টি কৰা নাছিল এক শঙ্কৰৰ জন্মৰ আগৰপৰা ভাৰবৰ্ষত বৈধৰ্ম্ম আলি এই কথা পঢ়াশলীয়া লৰাইও জানে। কিন্তু শঙ্কৰৰ জন্মৰ সময়ত কি প্ৰকাৰ বােৰ তান্ত্রিক আচাৰবিলাক দেশত চলি আছিল তা আনিবলৈ লিখৰুে শ্ৰীযুত মীনাথ বেজবৰুৱা ভাঙৰীয়াৰ “শঙ্কৰদেৱৰ” ত্রয়োদশ অধ্যা পঢ়ক। | লিখক নিয়ে ব্রাহ্মণ বাৰে “ভোম হৰি চড়াল” প্রভৃতি জাতিক ঘূণা কৰিব পাৰে কিন্তু এইসকল জাতিৰ মানুহবােৰে ২ শঙ্কৰ মাধব জামাৰ আদি মহাপুৰুলৰ প্ৰচাৰি এতিয়ালৈকে শিৰোধাৰ্য কৰি ভাৰপৰ ললাে শচৰ নকৰাকৈ অাছে। জাতি বলি অহংকাৰ কৰাসকলৰ কোনাে কোনাে জলে হে গুনসকলৰ মূল শিকলি সুবিধা মতে পাহৰি বৰ্তমান সময়ত নানা প্রকার নিষিদ্ধ আচাৰত ধৰিছে। | এভৰ শেষ অংশ পঢ়ি বুজা খায় যে লিখকে যে বৰ “এনি ভাৰেীত” যোগ দিয়ে সি শঙ্কৰৰ “পত মুগ্ধ হৈ” বা অকপট ভাৱে নহয়! এনে কপট ভাৱে যােগ দিয়াতকৈ নিদিয়াই ভাল, কাৰণ লিখকৰ নিছিনা এখন কপট admirer মহলেও মহাপুৰুৰ শৰৰ পবিত্ৰ নাৰ চিৰকাল অসমীয়াৰ জৰ আগৰু হৈ থাকি। ' (১) যুদ্ধ তো মানুহে মাছ খায়, শিং, মাকে পে অাৰ বুলি পানি লো কৰি আৱিষ্ট হােৱা নাই। ।