পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাহিন, ১৮৪০।] প্ৰতিকাৰ উতৰ। প্ৰতিবাদ লিখকৰ লিটিল লোকে মহাপুৰুৰ পৰু “ মিলীয়া বুবলৈ ফ কৰাৰ পৰা অকণো ফ্লাস ব িন আৰু খাৰু লিন নিজে উপ- হাসৰ পাত্ৰ হৈছে। প্ৰতিবাদ লিখকে দেখুৱাবলৈ যত্ন কৰিছে যে মোৰে পপি পোৱা নাছিল, শঙ্কৰৰ প্ৰদৰ্শিত পথে ধৰ্ম প্ৰচাৰ কৰা নাছিল, ৰং শোনৰ যে শঙ্কৰৰ গুৰু অছি। কিন্তু দুখৰ বিষয় লিখকৰ আশ্ৰয় “ লীলাতে’ গেম যে গানেদৰে শৰ জাকাৰী” হৈ ধৰ্ম্ম চাৰ কৰিবলৈ জন্ম গ্ৰহণ কৰিছিল। খৰ আজ্ঞা পালন কৰা হয় তেওঁ কৰা উপদেশ নে যিজনে আঞ্জা পাতে তেওঁ? “অজ্ঞাকাৰীৰ ৰাই প্ৰচাৰ ৰা ধৰ্ম্ম শাস্ত্ৰসম্মত, কিন্তু যাৰ আজ্ঞা লৈ ধৰ্ম প্ৰচাৰ কৰা হত তেওঁৰ বৰ্শ মত পাৰি। ই কেনে অপূৰ্ণ যুক্তিপূৰ্ণ মীমাংসা! শঙ্কৰে সৰিক অসম্মান কৰা দূৰত থাক তেওঁলোকৰ গুৰু বুলি সম্বোধন কৰিছিল, যেনে ৰাৰাম গুৰু, লামোৰ , হৰি গুৰ; কিন্তু সেই বুলি এটাই কেনেই শৰৰ গুৰু বৰ নে কি। এক লীলা মতে শস্যৰ বৰদোৱাৰপৰা ওলাই কোচ ৰাজ্যৰ বৰপেগলৈ অহাৰ পাছত দামোদৰ কিছুদিন নিজ দেশ বিমৰ্ষভাৱে খাকি পাত দুটীয়াই ঋহি বৰ চুঙ্গ বা পাটবাউসী শ গুৰি পালেহি। গুৱে শিষ্যক আকৰ্ষণ কৰে নে শিষ্যৰ অনুসৰণ কৰে। গোপাল মিৰ পুথিৰপৰা উন্নত কৰা পদ কেফাকিৰ লিখকে কি আচৰিত অৰ্থ ব্যাখ্যা কৰিছে। শঙ্কৰে গানৰ শিষ্যত্ব গ্ৰহণ কৰা হলে “গুৰু-লীলা” মতে সেই দামোদৰে শৰক চৈৰ গুৰিলৈ আকৌ শৰণ লবলৈ পঠাইছিল কি? প্ৰতিবাদ লিকে শিখিয়ে “কোল গুণে তেও' (দামোদৰশঙ্কৰদেৱৰ গুক হৰৰ উপযুক্ত ছিল। মে বংশ মৰ্যাদাভ? নে পাণ্ডিত্য গুণত" মাসকলক এই দৰে পৰম্পৰ ভুল কৰা যে নিতান্ত অপীয় ভাত কোনো সন্দেহ নাই, আৰু লিখকৰ শ্ৰেণীলৈ নামি আমি কোনে দুলা কৰিব লোখালে। প্ৰতিবাদ লিখক পৰা চাটিফিকেট শেপালেও এগুৰৰ শৰৰ অলাখাৰ পাতি পৰ্ব- কালত সৰ্বৰীৰত হৈ থাকিব। পৰে নালা পা এখি সয়া পুথিৰ তাল ৰোপৰিকাৰ পুৰ চহ কৰি থৈ গৈছে। তেওঁক অসমীয়া সাহিত্যৰ এজ বা আদি গুৰু ৰো একো “মুৰ্থতা আৰু ৰাতুল নহয়।