পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঋী। [২য় বৰ, ১১ সং । গৰুপ এই গ ( ,) প্ৰবন্ধটিও দেখেতৰ বহীৰ এচুকত (এই এচুকে বাহীৰ চাৰি চুকৰ ককঠীয়া মাৰিলে , ঠাই দি সমশীতাৰ পৰিচয় দিব বুলি আমি আশা কৰিলে। এল কামৰূপী। প্ৰতিবাদৰ উত্তৰ। আমি লিখা প্ৰবন্ধৰ দোষ দেখুৱাবলৈ “এম কামৰূপীয়াই” দীঘল প্ৰতিবাছু লিখিচ্ছে; কিন্তু দুখৰ বিষয় তেওৰ প্ৰতিবাদত যুক্তিৰ পৰিবৰ্তে অথ। কটুক্তি আৰু তুষাকাই ছে সৰহ ঠাই অধিকাৰ কৰিছে। প্ৰতিবাদ লিখক নিজে এখন দামোদৰীয়া পন্থৰ ভক্ত হৈও নামোৰদেৱে কি ধৰ্ম্মম এৱৰ্তাৰলৈ যত্ন কৰিছিল তাকে নেৰানে, ই বৰ আচৰিত কথা। মহাপুৰুষ শঙ্কৰে প্ৰচাৰ কৰা বিশুদ্ধ মাম-কীৰ্তন ধৰ্ম্ম “নাম মাত্ৰ হিন্দুধৰ্ম, বৌদ্ধ এ নামান্তৰ" ই শাস্ত্ৰীয় ধৰ্ম নহয়” এনেকৈ লিখি প্ৰতিবাদ লিংকে নিজৰ পাতি আৰু শাক্সত বুংপত্তি কিমান তাকে দেখুৱাইছে। যি শঙ্কৰে এঠাইত নহয়, এষাৰ নহয়, ভিন ভিন ঠাইত ৰাৰে বাৰে কুতকী ব্ৰাহ্মণসৰলক শাস্ত্ৰৰ তত পৰাস্ত কৰিছিল, যিজনে হিন্দু পবিত্ৰ শাস্ত্ৰ ভাগৱত, গীতা উপনিষদ প্ৰভৃতি সাৰদ্ধাৰ কৰি তাৰ মৰ্ম্ম দেশীয় ভাষা লিখি সৰ্ব্ব- লাখাৰণৰ মাজত হৰিভক্তি প্ৰচাৰ কৰিছিল, তেনেৰে প্ৰবৰ্তন কৰা বন্ধু “য়ায় এ নহয়” বুলি প্ৰতিবাদ লিখক আৰু তেওঁৰ দলৰ লোকৰ বাহিৰে আন কোনো নিৰপে লোকে নকয়। (১) (১) আৰ মাহৰ লিঙ্গ পঞ্জিকা কটন কলে একে পতি পলাশ ভট্টাচাৰ্য্য বিজ্ঞানি শিল্পে এই বিষয়ে লিখিয়ে দে ও বিষ দেৰ উত সেই শীত বিগেন, শান্ত এৰি অনুবাদ কৰি। সাধাণ্য বি ভৰি গাৰ কৰিয়া- ছিলেন। কোনও ঘিগতি কাৰোৰ এয় তাহা দেন নাই। বৰং অনেক অনেক বিষয়ে তাদেৰ সকালে প্ৰতি চৈতন্য মহায় বৈশ অপেক্ষাও যে ছাদে মঙ্গলবীগণ ত শাম্ৰাচাৰৰ এখন কৰিছে ইহাই প্ৰীত হয়।” তিনি মহেশকে কি শিখক যেছি না যেন দান সহ।