পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ । ২ , ১১শসংখ্যা। কেনেকৈ লেখক আমাৰ মুখ মাৰিলে দেখি? নাজাত। যদি শিকি পোৱ,ৰে বুৰঞ্জী (ইতিহাস - History) আৰু (কলপঞ্জী) একেই; আৰু বাণীৰ ফুলৰী অসমীয়াৰ বুৰঞ্জীৰ কত না! আমি তেওঁৰ কখতে ঢোকা দি কওঁ যে বাণীৰ ঠিকুজী সোৱৰণী, ছাৰ আগেয়ে ছিল, সেইটে। বিছানিণি মহাশয়ে কৰলৈ পাহৰিলে। কি যেজাই! | ‘স্ত আসামী, খুমি,গাল, মৈথিলী ও পশ এশ শাদ বোধ হয় এক ত চ বিপত্তি ছিল। চাৰি মূল সংযোগেশ যায়। দুই বৰ মধ্যে ৰাজনীয় সাহু পালেই আমৰা দুই এক মনে কৰি। বাগেশ নয়। স্বাৰাৰ। তুমি বুঝিলে এবং তোমাৰ আমি বুঝিল তোমাৰ আমাৰ ৰা এ। ফাশ গুমৰ শাৰ লি ”—বোগশ চায়। আমি দেখিছো, যে বোশে। বাবুৱে অনেক লুং পুং হিং লিং বিশেষ্য বিশেষণ কৰি অসমীয়া ভাষাৰে সৈতে ৰঙ্গলা ভাষাৰ সাদৃশ্য উলিয়াইছে; তাৰ উপৰিও সেইদৰে সাদৃশ্য উলিয়াই অসমীয়া শব্দৰ ক্ৰিয়াপদ বিভক্তি আমি পিটিক পিটিকি তাৰ মানে বুজি পাই; সেইদেখি তেওঁৰ সিদ্ধান্ত অসমীয়া আৰলা যে এক ই বুঠাৰেৰে কাটিব নোৱাৰা পকামিঠৈ। আমিও কওঁ এবমেৰ" অৰ্থা; তেওঁৰ মিঠটো পকা! তেওঁ আৰু কয় “ইয়াৰ। (অৰ্থাৎ বলা ভাষাই অৰীৰ) কাজ চলে কি না এই বিচাই শাৰ বৰ। গঙ্গা ভল সৰ্ব্বদা এবং সৰ্বত্ৰ এ থাকেন। উপাদানে প্ৰতেৰ অৱ টে। খালি গাৰ জল, পুৰুলিশীৰ লও জল। গাৰ ফলে পিপাসা শাস্তু হয় পুৰুণী জলেও। অব দুই জল। ক্যালি। এনে বিধৰ ভাঙ্কি লেখকক এলে পৰা ৰমত জন কত আছে তেওঁৰ মুখখন চাও? সচাকৈয়ে যোগেশ ৰাৰ তৰ্ক দেখি আমাৰো তৰ্কশক্তিটো উৰ খাই উঠিছে; গতিকে আমিও কওঁ,-যোগে বাধুৰ কটকৰ ধৰটোৰ আৰু স্বাহী সম্পাদকৰ ৰংপুৰৰ ঘৰটোৰ মধ্যে ৰাজনীয় সাদৃশ্য ভালমাল আছে; যেনে, দুৱাৰ, যে, মুখ, চটি, কৱা, ইত্যাদি। আমি আৰ এখিছে। সে তেওঁৰ ঘৰটোৰে বাঁহী সম্পাগৰুৰ “কাজ চলে।” এতেকে আমি এই গৰে যেতিয়া দুইটা এক প্ৰমাণ কৰিব পাৰিছে তেতিয়া ৰাহীৰ সম্পাদক তেওঁ ফেল। কৰি তেওঁৰ টক টি এৰি গিয়ে, কাৰণ সি