পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

win, 991) মণিপুৰ যাত্ৰা। 889 আলহী গৃহস্থৰ আগৰ চিনাকী আৰু তেওঁ বয়সেও জামাৰ আটাইতকৈ সৰু। তেওঁ নিচেই সমীয়া আছিল আৰু তেওঁ “তুমি” বুলি মতাও সঙ্কোচ বোধ কৰিবৰ এফেৰিকে কাৰণ নাছিল। বহুতে ওয়াইয়াকৈ ৰং ধেমালিৰে কথা কোৱাটোহে শীৰ ঐতিৰ চিন বুলি ভাবে। বাকসৰ্বৰ এওঁলোকৰ প্ৰতি আৰু এক সন্তু মানুষ একত্ৰিশ প্ৰীতিৰ ভিতৰত বহুত পাৰ্থক্য। “আলহী গৃহৰ এটা পদমৰ্যাদা ছিল। সেইটো তেওঁ অটুট ৰাখি চলিবলৈ বাধ্য।. আমি নো আচলতে কি প্ৰকৃতিৰ মানুহ সেইটোও তেওঁ বিশেষকৈ মেজমিছিল। আমি কিনি “Give them an inch and they will take an ell" apfo algert 11! কাজেই তেওঁ অলপ tactfully চলিবলৈ বাধ্য হৈছিল। কিন্তু সি বি কি নহক, তেওঁৰ বাহিৰ বিৰণ ভেদ কৰি অন্তৰৰ শৰীৰ প্ৰীতিৰ জিলিকলি স্বভ প্ৰকাশ হৈ পৰাটো তেখেতে কোনোমতে ৰ কৰিব পৰা নাছিল। আমি তেখেতৰ অৱস্থা বেছকৈ বুজিব পাৰিছিলোঁ। মানুহে কয় No knight is a hero to his valet" এইষাৰ অক্তি সত্য কথা। মহৎ জানুহৰ বাহিৰে আন কোনেও একজন মানুহৰপৰা, মাই বুজি, সমনীয়াই পোৱা প্ৰীতি, বুঢ়াই পোৱা ভক্তি, আৰু ৰজাই পোৱা সম্মান আমায় কৰিব নোৱাৰে। যি জনে এনেদৰে গাখীৰ্য ৰাখি অথচ মেৰাখি চলিবলৈ সক্ষম তেওঁ হে দায়ীত্বপূৰ্ণ কামৰ প্ৰকৃত যোগ্য। মোৰ দ্বিতীয় কথা কহিমাৰ অসমীয়া ভদ্ৰলোকসকলৰ সম্বন্ধে। এ সম্পৰ্কে ইয়াকে কলে যথেষ্ট হৰ ৰে তেওঁলোকৰ ভিতৰৰ এখন কি দুলৰ বাহিৰে আন কাৰো আমাৰ সম্পৰ্কে একৰিকে কৌতুহলৰ উদয় হোৱা নাছিল; অন্ততঃ আমাৰ এনে অনুমান হৈছিল; কিয়নো, তেওঁবিলাকে জামাৰ ফাললৈ ঐক্ষেপকে নকৰিলে। অসমীয়া জাতিটো জ্ঞাৰৰ “নমূল নে কি? সকলো কথাতে “জবুল” হব পাৰিলে আৰু আনৰ যি আৰু কি আছে? কি অসমীয়াৰ গাত বুল" পক্ষিতি সাকৈয়ে আছে সে। যি হ, আমি গাড়ীত উঠিলোঁ। যি ঠাইত আমি গাড়ীত উলে। সেই ঠাইডোখৰ কৰিমাৰ অতি সুৰ ঠাই। ঠাইডোখৰ এচমকা, প্ৰায় ১০ i