পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪৪ [ ২ বাৰ, ১০ম !! লাগতিয়াল। কঠোৰ তপস্যা কৰি সচৰিত্ৰ তেওঁ লাভ কৰিব পাৰিলেই সংসাহসেও সহজে আহি তেওঁক লগ ধৰিব যে তাৰ অকণো ভুল নাই। জ্ঞানৰ নিদৰ্শৰ বৰূপ মানুহৰু ভগবানে পুৰ্ণ জ্ঞান শিক্ষা দিয়াৰ অৰ্থে এই ব্ৰহ্মাণ্ডখনক চাৰিউপিনে জ্ঞানেৰে সজাই ৰাখিছে। ভাল বুদ্ধিৰ এতেই যে মাঙ্গ বিনাশ নোহোৱাকৈ আজিলৈকে পৃথিবী অৱস্থিতি কৰিছে কি ভাবুক পাঠকলে কৈ চিন্তা কৰিলেই বুজিব পাৰিব। এই কাৰণে ভগৱানে প্ৰত্যেক মানুহক প্ৰত্যেক মানুহে নিজ জ্ঞান বুদ্ধিৰে সহায় কৰিবলৈ পৃথিবীলৈ পঠাইছে। এই কথা ভাবি দেখিলে বুজিব পাৰি যে এই হেতুকে গীতাত গুগল কৃষ্ণই কৈছে যে “চাতুৰণং মা সৃষ্ট গুণ কৰ্ম বিভাগশঃ।” অৰ্থাৎ মুণ, ক্ষত্ৰিয়, বৈশ্য, শুদ্ধ এই চাৰি জাতিক নিজ নিজ গুণ আৰু কৰ্ম্ম অনুসাৰে ভগৱানে ইটিক সিটিয়ে জ্ঞান বুদ্ধি মামৰ জগতত প্ৰচাৰ কৰাৰ অৰ্থে সহায় কৰিবলৈ সৃষ্টি কৰিছে। তেনেহলে কান বুদ্ধিৰ ভাগ ভাগ এতে আতিঙ্কে গুণ জাক কৰ্ম লোৱা হৈছে; ই কৰে ৰাপতশাহোনীয় সম্পত্তি নহয়, আৰু ইয়াৰ দ্বাৰাই এলেও দেখা যায় কে প্ৰত্যেক মানুহলৈ প্ৰত্যেক মানুহটিয়েই এই পৃথিবীত গুৰু যা শিকলে অৱতীৰ্ণ হৈছে। এতেকে মানুহ কৰে ওচৰত কোনো বা কোনো সৰু নহয়, কিয়নো কোনো মানুহৰ গাতেই পুৰ্ণ জ্ঞান বুদি নাই। তুমি যদি কৰি আৰু ধানিক বুলি আন চহ। খেতিয়ক ৰাঢ়ৈ মাৰক মুখ বুলি অফাৰ কৰ, তেওঁ বিলাকৰৰ সেইদৰে তেওঁবিলাকৰ বিদ্যা বুজি কোমাত শংকা বাৰে তোমাক মুৰ্থ বুলি যি কৰিৰ অধিকাৰ আছে। হে মদগী অসমীয়া ভাঙৰীয়া সকল, ওপৰত ফোৰ কৰা কেইটনৈ ঋদি আপোনাসকলে এবাৰ কাণ দি ভাৰি চায় তেন্তে মোৰ পৰিশ্ৰম সাৰ্থক হয়। এই দেশখনক বৰ্তমান কিহে তললৈ নিয়াবলৈ ধৰিলে আৰু যদি পিলিকি চায় তেলে হলে দেখা গাষ ও কেৱল এক অজ্ঞানতাৰূপ অহঙ্কাৰেই মাখোন। আমাৰ দেশত সিই সমাজৰ যিশৃঙ্খলতা টাইছে। অসমীয়া মানুহৰু এহঙ্কাৰী ৰোল কথাটো মোৰ ফুল হৈছে, কিয়নো হাৰৰ গতি ওলৈ। ওখলৈ, ললৈ ৰা সামলৈ লয়। ( ফৰেমি, মইয়েই কওঁ, নইসেই কৰে মইয়েই সকলে "I am all ip all ই শৰাকী "I am the nonare