পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ বছৰ, ১• স । আহিলোঁ।। তৃতীয় ব্যাটত তোমাক দেখা পাইছে।; মোৰ পিয়াহত প্ৰাণ যায়, মোক এই টি পাখী খৰলৈ দি মোৰ প্ৰাণ ৰক্ষা কৰা বামুণৰ এইবিলাক কথা শুনি গাভনীয়ে মিচিকীয়া হাঁহি মাৰি ফলে “মোক গায়ে গ্ৰহণ কৰা, ৰাই এৰি দিম। গাৰৰ এনে কথা শুনি ৰামুণ পৰোনান্য লজ্জিত হল। বাস্তৰি তেতিয়া তেওঁ পিয়াছ ইমান কাতৰ হৈছিল সে আৰু অলপ সময় থাকলেই পিয়াহত তেওঁৰ প্ৰাণ হোৱাটো নিশ্চয় ক্ষাবি নিতান্ত নিৰূপ হৈ পুনৰায় গাভৰুৰু কাকুতি মিনতি কৰি কলে; “ৰি। এনে পাপ কৰা কিয় কোৱা? এনে কাৰ জাৰাই মই নৰকগামী হব লাগিব। মই পৰীক মাতৃতুল্য জ্ঞান কৰে। বামুণৰ ইমান মোহিতো যুবতীৰ দয়া মহল। তাই বাৰে বাৰে মুখৰু পুৰ্বৰ কথাৰুে কৰলৈ ধৰিলে। বামুণৰ মনত ৰৰ হৃণা আৰু ৰোৰ লাগি গত তেওঁ সেই কাটল খছিল। | চতুৰ্থ বা এল বানুপে সংযতচিজেৰে বিষ্ণুপূজা কৰিছিল। তেওঁৰ ওচৰত এখন চোকা পেলাই থোৱা আছিল। বাটৰুৱা বামুণৰ পূৰ্বোক্ত তিনি খাট পানী খাবৰ চেষ্টজ অকৃতজ্ঞ হৈ অৱশেষত চতুৰ্থ াটত উপস্থিত হলগৈ। তেওঁ তাত উপস্থিত হৈ মতে সেই নিষ্ঠাবান বামুণৰু ভক্তিভাৱে প্ৰণাম কৰি হাত বোৰ কৰি নিৰেন কৰিলে; “ছে দ্বিৰ! পিয়াহ মোৰ প্ৰাণ যায়, যধি অনুত নিয়ে তেনেহলে মই পানী খাই পৰিতৃপ্ত হওঁ। মই আমি কিনা আট কোনো কাৰণৰশত পানী খাব নোৱাৰি এইখিনি পাইছোহি, আপোলাৰ অনুমতি পালে পানী খাই পিয়াহ মাৰ নিয়াৰ পাৰে; নচেৎ মৃত্যুৱেই হিৰ সিদ্ধান্ত। ঘাটবাসী বামুণজনে হচ্ছি-মুখেৰে কলে, “হে দ্বিজ! যদি তুমি এই শাশ্বমেৰে মোৰ দুটুকুৰা কৰি কাটিব পাৰা তেনেহলে এই আটত পানী যা পাৰিবা।" এই কথা শুনি তৃষ্ণাৰ্ত যামুণে কলে; কি আচৰিত? বিমাগো ব্ৰহ্মহত্যাজনিত মহাপাপত লিপ্ত হৈ পানী খাব লাগিব। উ! ইতকৈ পিছত প্ৰাণ বোৱাই ভাল। এই বুলি আপ কৰি কৰি বৰুণে ভৰপৰা অলপ দূৰ গৈ ভাবি- এলৈ ধৰি কি আচৰিত, এনে মাজাল জো মই কেতিয়াও দেখা নাই।