পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাতৰ চিঠি। এথৰে আহিলে অলপ বেছি দি থাকিব লাগিবই লাগিব-রাত পা চালা চতুৰ মানুহে নিজেই বিচাৰি লৰ। সপ্তহত ৫ চিলি সচৰাচৰ খৰচ। ৩৫ চিলিং, পাউণ্ড দিলে সুবিধামতে থাকিব পাৰি; মোেবাৰ গৰ বেলেগ। কলিকতাতে হওক কি আশাতে ওক বি আর গােৰাই নিয়মমতে কাপােৰ দিয়ে তেওঁ বৰং সৌভাগ্যশালী-আপুনি তাে নেই। ইয়াত থােবাৰ কষ্ট তেনে নাই। সােৰৰে কাপােৰ লৈ যাব, এ কি শনি- বাৰে নিশ্চয় দিই দিব, কিয়নাে, দেওবাৰে গিৰ্মালৈ যােৱা ামি কাৰ গিৰি ৰাব লাগিব। বােৰ খৰচ অৱশ্যে বা তা—এটা নিত খােৱাৰ খৰচ চাৰি না, এটা গুবল কলাৰ চাৰি পাচা, এটা সিপি কলাৰ এই পচা, মােগা চাৰি পচা, বগা ওৰেষ্টকোট ছয়না, কমাল যুই পা, ইত্যাদি ইত্যাদি। প্রতি সপ্তাহে অতি সাৱধানে চলিলে যােবা চ এম এটকান লাগে। বিছানাপাতি, গামা ইত্যাদি ঘৰৰ মালিক। সেইবােৰ যৰ খােৱা ৰচে মালিক। কালি কলা একচৰ ৰ। প্রত্যেক acuttle (কাটল; কয়লা ৰখা এটা সৰু পাত্র) ; না। অতি সাৱধানে পুৰিলে এক রুটেল কয়লা দিনৌ যায়। কোনো ঠাইত কয়লাৰ আকৌ দাশ ৰেছি-এক স্কটলৰ গাৰ আঠ অনা, বা না, খৰ হিসাবে। ও নাই সচৰাচৰ নিয়ম। আকৌ কোনাে ঠাইত চাকিৰৰ দাম নয়—এত্যেক গ্যাৰ নিমিতে সাহত হয় অনা। ভালকৈ চাই চিন্তু লব পাৰিলে এইবােৰ গিৰ অগ। ঠাই বিচাৰি লব পাৰি। আপােনাৰ নিমন্ত্রণ জাঙৰ নিমন্ত্রণ। কি লেখিম কি এৰি; যি নয় আহিছে লেখিছে। বিলাতৰ বিষয় জানিবৰ হলে, আমাৰ দেশৰ মানুহে ভিকেচ, থ্যাকাৰে, মিচেজ হেৰী-উন্ড, মিচ ব্রাউন ইত্যাদি উপন্যাস লেখক উপঙ্গাস পঢ়া ভাল। যি উপন্যাস হাতৰ ওচৰত পায় পঢ়িব; পঢ়েতে বিলাতৰ আচাৰ ব্যৱহাৰ চলিব ফুৰিবৰ ৰীতি নীতি কণ্ঠ হৈ যাব। উপাস পঢ়ি সামাজিক ৰীতি নীতি, মানুহৰ আচাৰ ব্যৱৰ যিমান দূৰ জানিব পাৰি তেনে বােধকৰো ইতিহাসত। নােৱাৰি। তাৰ মানে ইতিহাস আমি প্রায় শীয়া কিতাপ হেন ভাবি পঢ়ে-উপন্যাস ৰ কি লােটা। সাময়িক সামাজিক উপন্যাস পঢ়ি ভিন ভিন দেশৰ ৰতি নীতি আচাৰ ব্যৱহাৰ