পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাহী। [১ম বন্ধু, স্য গৰৰ গই। প্রত্যেক দিন (দেওবাৰ আৰু এনে গেলে তা যেন মেলা। এ এক এক চাষলৈ গলে সি সাসচিকৈরে মেলা। সমৰ এতে এন এন ঠাইত দোকান—সি কেনে দেন। কলিজা চৌৰীৰ এত হােটেলৰ তলত থােকানভােব দেখিলে খাপ ইয়াৰ আল পােৱা ৰা-টেটচ ডায়েৰৰ সমান দেখিলে অলপ আগস পােৱা যায়। ইয়াৰ কাৰকাৰ নােহাৱা, ৰূপবান একা কি না, তিতা মাহে লােকানবােৰ আগত ঠিয় দি চাই ফুৰাই তেওঁলােকৰ জীৱনৰ এটা এষাৰ কাৰ। "Looking at the shop” ছিজীৱনৰ এটা প্রধান কাম, উক্ত আশা। দুখীয়া ফিতা ছােৱালী, অথচ ভাল কাপােৰ পিন্ধাৰ হেপাহ, সেইবােৰে West endৰ দােকানলৈ আহি ফ্যাট চাই গৈ নিজেই কি আর নীৰ খজুৱাই চোলা কাপােৰ কৰায় লয়। ইয়াত গুস্থ শৰৰ ছােৱালীয়ে নিৰ কাপােৰ নিজেই প্রায় কৰে-অতি কদাচিত হে কৰি হতুৱাই অৱশ্যে বাৰ টকাড়ি সহ চাৰ বেলেগ কথা; আমি গৃহ কলা ঠিক নাৰ দেশত যি ভাৰত গৃহস্থ ব্যৱহাৰ হয় সেই ভাবেই ব্যৱহাৰ কৰিছে। মাচৰ সময়ত দােকানবােৰ সচাকৈয়ে চাব লগীয়া। দোকান সজােৱাৰ কি মিম। ববােৰ কাৰ দুৱাৰৰ ভিতৰৰপৰা “মােক কিনহি যােক নিহি" বুলি মাতি থাকে। এইখিনি সময়তে গাৱৰ ছোৱালী আৰু নীল তিৰ উৰ চাব লগীয়া ; আৰু সৰু সৰু লৰা ছােৱালীৰ তাে কথায় নাই। যাৰ যত তাই বন্ধু মিতিৰ কুটুম আই বােপাই আছে আটাইবােৰ একেলগ হয়হি। আল হব নােৱাৰিলে চিঠি দি ইচ্ছা পঠে, “প্রেজেন্ট” পঠোৰ, মৰ পঠোৱা নাচৰ সময়ত নিত্যনৈমিতিক কাৰ্য। কোৱালৰ ইমান কাৰ বাড়ে যে বহুতাে বাহিৰা মানুহ কেৱল নিতে হয়। আমাৰ দেশৰ মানুহে এনে এই কথাখিব-বিলাতিত কিমান চত এজন মানুহ থাকিব পাৰে।” তাৰ উৰত ইংলও তা এটি কাছে—lt all depends, সেই ৰ আমি দিও। যদি বৰবাৰী ই কাৰৰ শক্তি আছে তেনেতে খােৱা প্ৰকাৰ খৰচ প্রতি বাৰে খোলিত এক পাই, এক গণিত বিচাৰি পাৰি। কিইটান।