পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ বহী। (২য় যুদ্ধ ২ সংখ্যা। পৰাচাৰ্যই মুফ মিমিতে কামললৈ খেদি এ, কে কি অহয়। সকল অসমীয়া কৰা, নপৰাক্ৰমী ৰান সম্ৰাট অগৰত ভৰি লোৱা, যোগিণীত আৰু মালা কাৰণ ৰটো পতি, খেৰ আৰু মাৰগেৰ নিচিনা ধৰ্ম প্ৰচাৰকৰ আৰিাৰ, অসমীয়া জাত চিত পুৰিবিলাক বগেশৰ ৰমান আদি দূৰণি ইবিলাকতত ইমান কাল ইমান বলৰে সংশ, এইবিলাক কাৰি চালে বিশ্বাস হয় যে এস অলপ দিনৰ আগলৈকে জাত জিলিকা হৈয়েই আলি। অনুমান হয় খল-গণিৰপৰাহে এতিয়াৰ লাৰ হৈছে। এই অসামৰ কলিতা আতিটো এটা অদ্ভুত জাতি। সম্বলপুৰ আৰু কটন মিত্ৰৰাজতে হই এখৰ কলিতা জুয়ে; সেই কেইৰ কোনো বিপ্লৱত ইয়াৰে পৰা যোৱাৰ সম্ভৱ নহলে ভাৰতবৰ্ষৰ আন কোনো ঠাইতেই এই নামেৰে আত এটা নাই আৰু এই জাতৰ মানুহৰ আচাৰ ব্যৱহাৰৰে ভাৰতৰ কোনো গাভৰ মানুহৰেই আচাৰ ব্যৱহাৰ নিমিলে। শ্ৰেণ বিগত ই এতিয়া বামুণৰ গুলতে। কিন্তু এই পাতৰ লোকসকলৰ যেনে আচাৰ ব্যৱহাৰ ভাৰতবৰ জনি ইৰ এনে আচাৰ ব্যৱহাৰৰ মানুহে বামুণৰ তলতে ঠাই পাবহে নালাগে, হিৰ লেখত পৰিগণিত হ'লহেতেন নে নাই ইও সংশয়। ইবিলাকৰ একেজন মানুহেই সকলো ব্যবসায়ৰে কাৰ কৰা। কিলেও বেলেগ। ব্যৱসায়ৰ নিমিতে বেলেগ ২ মানুহ থকা ও পোৱা যায়। কেৰিলাকে কৃষি ধৰ্ম্ম কৰে, তেওঁলোকক কোলে বলি, কেৰিলাকে সোপ কাম কৰে ভেঁ- লোক দেৰি কলিতা, কেতবিলাকে লোৰ কাম কৰে তেওঁলোক কমাৰ কলিতা, কেবিলাকে নটৰ কাম কৰে তেঁওলো মটকলি, কোবিলকে কাপোৰ থেৱে তেঁওলোক থোৰ কলিতা, ফেতবিলাকে ফৌৰ ৰে তেঁওলোক মাণিত কলি, কেবিলাকে শিষ্য জআই এ প্ৰকৃৰ্তায় তেঁওলোকক ঘোলে মহন্ত বা গোঁসাই। (ক্ৰমশঃ) বু দীনেশচন্দ্ৰ সেন কিন্তু লজ্জা শাস্তি” এ কি নি নি না দেখিনোথ। অসমীয়া পৰিবাৰেও সংষতি হয়। অসমৰ কামসকল কলিতায়ই। খাট ৰংপুৰ কাৰসকলৰ ফালে চাই এই