পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শও, ১০০।) গেকেন্দ্ৰ বৰাৰ মধ্যলীলা। ৩৯ গৰু মহুৰোৰ মৰি গল মই পেটে পেটৰ পাইছে। অপগণ! - এই গল। A millstone has been removed from my neck! | যোতে এটা Noble profession ৰ ব্যঙ্গ কবি সে? কৰিব পাৰিলে বহু সুখ আৰু খন এই তিনিটা না। এই কথা শুনি আগ্ৰহেৰে কোকোৰাই সোমনাখৰ কাষ চাপি আহিল। আহি শুধিলে “ ভাই সেইটো কি কোৱাচোন। ঠিক তেলে এটা profession কে (শ্যৱসায়কে) মই বিচাৰি ফুৰিছে। কো। তাই কোৱ” ভোকোলাইন গ্ৰহ দেখি সোমনাশে গহীনকৈ মাত লগালে Spy profession চৰিয়াৰ ব্যৱসায়। এই ব্যৱসায় যৰ লাভৰ গৱসায়। খৰিবলৈ গলে ইযৰ Noble profession, এই ব্যবত থাকিলে, কোনে কি কৰিছে কি মেলিছে, ইত্যাদি দুনিয়াৰ কত খবৰ আদিৰ পাৰি; আনি মত কি ভূমান লাভ কৰিব পাৰি আৰু লোককে সেই গোপনীয় কথাৰ গুৰ পৰা মৃত বিৰণ কৰি আনৰ বিষ পাৰি, যি সেই কাম কৰিছে সিহে তাক বুজিব পাৰে। তাৰ বাহিৰে তাৰ খাৰাই দেশৰ মহৎ উপকাৰ হয়। কাৰণ চৰিয়াই দেশৰ চকু, ৰজাৰ চকু, প্ৰজাৰ চকু। 'চাৰ চকু মহী বনা- ব্যবসঃ। আৰু এটা কথা মই তোমাক কওঁ, আত্মিকালি পাই। (চৰিয়াৰ বৰ demand (প্ৰয়োজন। তুমি হওঁ বুলিলে এতিয়াই কিজানি কোটোয়াইতে তোমাক জপিয়াই চুমা খাই ফোলাত তুলি লৈ যাব। তুমি দেখুৱাই গুনাই চৰিয়াৰ বিষয়খম খৰলৈ যদি লগ লা েকৰা, তেন্তে গুপুতে তেওঁলোকক সকলো খৰখৰৰ যোগাই থাকিব পাৰিলেও মুঠি মুঠিয়ে টক। তোমাৰ হাতলৈ আহিব। সায় ন ন সা খবৰ নাপালেও এ বুধি খেলাই সচাই মিছাই একে ঠাই কৰি ৰান্ধি ৰাঢ়ি দি থাকিব পাৰিলেও চলি যায়। ইত্যাদি কাৰণত হে কৈছে যে চৰিয়াৰ ব্যৱসায় বৰ লাভৰ ব্যৱসায়- এক ওখও।" | ভোক,—“ছিঃ! মই Spy হব নোৱাৰে। তেও হে। চৰিয়াৰু মই যি কৰে।। hate the brood of spies। ভাল মানুহৰ শৰাই চুকৈ লোকৰ কল-লে বাহ-তলে ফুৰি, কোনে কি কৰিছে কি মেশিছে, সেইবোৰ বিণলখা কা চাই ফুৰা নৱক যে তুমি কি বুলি noble profession