পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ বই, ৯ মা । কিৰ পাই দেখে যে আগে যোৱা লোকসকলে পাৰ হব পৰা নাই; নদীৰ পাজী বেয়ি, নাও নাই, কেনেকৈ পাৰ হোৱা বা; উপায় নেদেখি দেৱে ব্ৰহ্মপুত্ৰ নামি গৈছে, প্ৰজাসলো নামি গৈছে, পানী এক আঠ মাখোল হৈছে; কিছু দূৰ গৈ থোল তালৰাৰ থাকিল শক্তিকে পুনৰ নিবৰ নিমিত্তে ফিৰি অহাত কছাৰীহ'তে খেদি লগ পালেহি। উপায় নাই খোলতাল পাশী পেলাই ব্ৰহ্মপুত্ৰত সাতুৰি গৈছে, অজিত লাগি এখন শীতা পুথি উখি আহিছে দেখা পাই গ্ৰহণ কৰাৰ কছাৰীহচ্ছে খাঠি মোজ মাৰিবলৈ উদ্যোগ কৰাত শঙ্কৰদেৱে কৈছে আমি তোমালোকৰ শত্ৰু হয়, বাহ্মণ, এই বুলি শঙ্কণ দেখুৱাত তাৰক বধ নকৰি বিপৰীয় লোকৰ বাতৰি সুধিছে, আগত যোৱা ভূঞাসকলক দেখুৱাই দিয়াঙ পালী ব্যাম বলি না কেতবোৰ পানীত ভুৰি মৰিল; কেওবোৰ গাতুৰি ৰক্ষা পালে। মৰ পৰা ৬ বছৰ আলি পৰিত ৭ বছৰ বটদ্ৰৱাত আছিল; ৬৭ এছৰ বয়সৰ সময় বটদ্ৰৱা এৰি উত্তৰ পাৰলৈ ভাগি যায়। হ্মপুত্ৰ পাৰ হৈ শিৰিত এক ৰাতি এক ৰাতি দ্বিধাৰিত থাকি পিৰ দিনা গংশে পাইছে; তাতে ভুঞাসকলৰ থকাৰ আৰু নামৰ মণিকুট আদি নিৰ্মাণ কৰি সকলৰ থাকিবৰ কাৰণ হটাঘৰ সই দি সত্ৰ পাতি নিয়গিত প্ৰৱণ কৱন কৰি সুখে আছে। সেই নিতে ৰৰ পুত্ৰ ৰমানন্দ ঠাকুৰ জন্ম হৈছে। তাৰাৰ জাতৃকৰ্ম্মাদি কৰি মুখে আছে; সন্তান বা দেবী নামে এজন কায়স্থ শিৰিত কিছুদিন বিঘ কৰি থাকি বিশ্বনাথ দেৱালয়ত দেবীগুক্ত হৈ পূজা কৰি আছিল; অহৰহ পূজা কৰি থকাত সদাই হাত পানী লাগি আলিৰ মাজত না হোৱা গতিকে তেওঁক পেনপেনি কাষস্থ বুলিছিল। এইদৰে দেৱীৰ সেৱা পুজা কৰি থকাত এদিন নিশা ভাগে স্বপ্নাদেশ হল যে তুমি এই ভাৱে মুকি নাপাব, পাঙ্গমৌত গুৰু অৱতাৰ হৈছে তালৈ গৈ কৃষ্ণৰ নামত শৰ লোৱ।। পিছ দিন। পাড়ি নখ কমই শুদ্ধ ভাবে প্ৰকৰ ওচৰত গাই নেও উপস্থিত হল। শুকৰে দেবীদাসক দেখি মম্বোধন কৰিছে আৰি বৰ টক জাহিল, পুৰ বিৰৰণ সাৱশেষে জনোৱাত :- পৰি আৰু শাৰুৱগোপাল অৰ্পণ কৰি বৰ ভকতৰু সৰু লগাই আজ্ঞা