পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শi৫৭, ১৮৩৩।] গুটিনিয়ে চিন্তাৰ ঢৌ। ৩৭ দিয়ক অল্প আমাক এই বুলি বৰে পাচি মান নিন্দা কৰে যে আমি অসভ্য মুৰ্গ, চা, গাৱলীয়া, জমি এলেহুৱা অসমীয়া, কাম কৰি কৰি আন দেশী মানুহক দেখিও উন্নতি নেসাধে। আমি যেই পিলে যাওঁ সেই পিনে কেৱল আমাক নিন্দা কৰাহে শুনো। আমাৰ কতো সুখ শান্তি আৰু জিৰণি লৰৰ ঠাই নাই! গোসই বামুণ মহন্ত আদি মধুসকলৰ ওচৰলৈ ধৰি যন্ত্ৰৰ কথা - ভক্তিৰ কথা শুনি মনক তাৰলৈ যাও ভেন্থিাতেও বিলাৰে কৰা ৰি কখাৰ বলি কাৰ ঘৰত কিমান ধন পান কাৰ কিবাগ-কুৰাগ এনে খািিম কি সুত কট, কামি চছা, খৰি ফুল আদি খেতৰুণৰ কাম কৰিলে। একোখন চণ-পীয় তামোল দি দি আশাক লাই দিয়ে। ধৰ্ম্মৰ কথা বুজলেও ঘাইকৈ গুৰু গোৰ্মাইক মন, বাহী-চুৱা ধুতি বিধুতি মনা আৰু। চাউল ন পাচলি গুৰু মহন্তক পোনতে লগাই খাব পোৱা কথাকেই হে বুজাৰ। ইয়াৰ বাহিৰেও আউহী একাদশীৰ কোনে কত কেইখন হাল বাইছিল তাৰ পায় ছিদ্ৰ ধৰি দিয়াৰ বিষয় বিচাৰ খোচাৰ কৰ। যিবিলাক সত্ৰত উদাসীন গুৰুতৰ হাটী আছে তালৈ যদি ধৰ্ম্মৰ কথা শুনিবলৈ যাওঁ, ভকতসকলে আমাক দুৰতে এই ছেই কৰে, কাৰণ তেওঁবিলাকে ভাবে যে ৰোসকল যখোন ও পবিত্ৰ আৰু ঈশ্বৰৰ ভক্ত আমি অভীয়া ম্লেচ্ছ। আমাৰ গোসাই যায় কলকলে লৰা বা ডেকা কালতে এবাৰ আমাক ৰা%ি ছাতি পেলাই লোৱাৰ দৰে কৈ ৰি এৰি গী। দি শৰণীয়া কৰালে তাৰ বাৰে বাৰি বছৰ মাত্ৰ সামাৰ পৰা কৰ তুলি নিবলৈ হে আহে, ধৰ্ম্ম আমি পালন কৰিছে নে নাই আৰু ঈশনা নো কেনে, তা হলে ঘুৰিৰ আমাক শেখাও নাই আৰু বুকুৱাও নাই। এই অমাৰ ধৰ্ম্ম-শিক্ষা। এতিয়া আমাৰ কৰ্ম্ম শিক্ষাৰ ফালে যদি উলটি দেখে। তেনেহলে মোৰ অন্ধকাৰে কেইপিনে তি যা দেখে। আমাৰ নী, প্ৰানী আৰু বুলি মতানী বোলাৱা যিবিলাক ডাঙৰ মানুহ আছে তেওঁবিলাকে আমাক কৰি খাব না, এন এটি নয়, এলেহুৱা বা সেবোগা অসমীয়া বুলি বাৰে পাতি মান মানে খালি পাৰিব পাৰে কিন্তু কেনেকৈ আমি তেওঁ কিলাৰুৰ অৰে ভাল অৱস্থা কৰিব পাৰে। তাৰ কথা হলে বুজাইও নয় এ যেন হল অনেৰে সহায় নকৰে। ইয়াৰ মনে আন একো নয়, কিমি