পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। (২য় ইন, ১৭ সংখ্যা। যে, চৈষ্য শা, ওঠৰ পুৰণ জ্ঞাসা ফেশৰ ফালে আছে বুলি কোনো ফোমোৱে কাণেৰে শুনিছে আৰু তেনে শাৰ পুথি এখন দুল তেওঁ- বিলাকৰ সৰহ জাগে মি নিজ চোঙৰ ওপৰত এলাৱা হৈ যদি পৰিও আছে তাৰ বুজকে নেপাই মুখেৰে মেদ শাস্ত্ৰৰ গোহাই সি আছে, তেনেবিলাক গেলাই বামুণ হত হৈছে বৰ্তমান আমাৰ দীক্ষা সাত গুৰ, তেন্সে আমাৰ অসমীয়া জাতি পাপৰ ভাৰত তললৈ নখছি কৈনেকৈ পূণৰ লেৰে উখাব? যি মহাপুৰুষীয়া ধৰ্ম্মই আমাৰ দেশৰ মানুহৰ মৰত এদিন হৰি গুক্তি ওপাই গাওৱে গাৰে পুৱা গধূলি নামঘৰ ৰা কী খৰে ৰে হৰিনাম প্ৰসঙ্গ কৰাইছিল আৰু সেই নাম এসৰ অন্তত গাৱৰ বুঢ়া-মেঠাই নাম খৰতে বহি বদি অপৰা জন হাই অভাৱ অভিযোগ আদিৰ যেল সুধিছিল, হায়! আজি ৰ বলিজাৰ নামঘৰ বিলাক গৰু-গোহালি হৈ পৰিছে, তাৰ এছ ছি ঠাই গৰুৰ খিচেৰে ৰা হৈছে, হৰিনাম এসৰ বলি দিনত ৰ বৰষুণৰ প্ৰাপত দ্বি- লোৱা জাকে জাকে হতুৱা কুকুৰৰ কালিয়া খেং-খেওনি, ৰাতি জাকে জাকে শিয়ালৰ খেৰূখে কৰি আৰু হোৱা দিয়া ঠাই হৈছে। ভাৰপৰা যেন গোচৰৰোৰ জিলাৰ কাহাৰি ঘৰলৈ নি উকীল, মোক্তা, চতুৰ গৰ খাত লিখক জোলোঙা ভৰোৱা হৈছে আৰু গৰ্ণমেণ্টৰ গৰৰ তুলপাত, টিকিট, ইম্পকিত খৰচ হৈ হাত মুল কৰি উলটি আমাক ফেঞা মহাশৰ ঘৰত ধৰা কৰা হৈছে। হায় আমি শিuই সচাই মোকদ্দমা কৰি কৰি দিনে দিনে নিটল হৈ বাষলৈ ধৰিছে। এনে পাপ-মটৰপৰা জামেযটাই বুজাই আৰু কোনে এ কব! পঢ়ি গুন হল কি উঠা আমাৰ অসমীয়া ভাষালশৰ ওচৰলৈকো আমি সহি কৰি বুদ্ধি সা লবলৈ ধাৰ নোৱাৰে; তেওঁ কিলাকে আমাক মুখ চহা শাৱলীয়া বুলি যি কৰে আৰু এবেলা চৰাষৰত থিয় দি থাকিলেও ভিতৰৰপৰা তেখেতসকলৰ মাত এষাৰিও পোৱা টান; কিয়লে ভেসে আগৱ হৈ ৰকাৰী বিষয় যে আমি লিখি পৰি মশা বলো দু হয়ে আছে। খাতে কন্তু খোল মুখৰ কাৰণে পণ্ডিত, পাপীৰ কাৰণে সাংকি আমাৰ লিশ। পঢ়া শিক্ষা পঞ্জি আৰু আৰীসকলে এক শ কৰাৰ লগে