পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ বুব, ১ গং । এই মাত্ৰ কওঁ যে ধৰ্ম্মক মৰিলে মানৱ অতিয়ে একোৱেই উন্নতি সাধিত নোৱাৰে আৰু মানুহৰ ভাল হবৰ ইচ্ছাই হে ভাৰ স্বাভাবিক। ভাল হোৱা বেয়া হোৱা অৰ্থীৰ ওপৰলৈ উঠা আৰু তললৈ নমা এই দুইটি কথা মানুহৰ নিজৰ হাতত, কিয়নো মানৱাত্মা স্বাধীন আৰু ই ক্ষুদ্ৰ হলেও ঈৰ মুৰূপ। তুমি যদি স্বাধীন নোহোৱা আৰু তোমাৰ ভাল হৰৰ ইচ্ছাটিয়েই যদি বাতাবিক ধৰ্ম্ম নহয় তেনেহলে নিন্দা খাশি অভিশাপ শুনিলেই তোমাৰ কাটিবৰ মাৰ খং উঠে কিয়? মোৰ সত্যৰপৰা অতি সন্তলৈকে যেই সেই মানুহকেই তুমি যদি গালি পাৰা, নিন্দা কৰা, শও দিঘা, তেওঁ ততালিকে যেই' সেই প্ৰকাৰে তোমাৰ ওপৰত তাৰ প্ৰতিশোধ লবলৈ উঠিৰ। ইয়াৰ মানে কি, ইয়াক যদি বিচাৰ কৰি চোৱা তেনেহলে আপোনাতেই বিচাৰি পাষা “আত্মৰ সৰ্ব্বভূতেষু খঃ পতি সঃ পণ্ডিত যি হেতু আলে’তোমাক তেনে কৰিলে তোমাৰ খং উঠে কিয়? নিতে বিচাৰি নিজকে দেখিবলৈ পাবা যে তোমাৰ (মানবাত্মাৰ) ইচ্ছ। জাল হোৱা ৰা ওপৰলৈ উঠাৰ পিলে, এই কাৰণে তুমি বেয়া হোৱা যা তুললৈ মৰা কথাটি জাল নোপোৱা, কাৰণ ই তোমাৰ আত্মাৰ ৰ্ম্ম নহয়, গালি সিন্দা অভিশাপে তোমাক লৈ নমাৰ খোজে, গতিকে তোমাৰ খং উঠে। এই কথাকেই ধৰি তুলি কৈ চিন্তা কৰি চালে বুজিব পাৰি যে ভালেই তোমাৰ আহি, কিয়নো ঝাল যা সত্য ঈশ্বৰৰ আহি, বেয়া অৰ্থাৎ মিছা বা অসভ্য আহি নহয়; মিয়া বি নিয়েই, মিজাৰ অস্তিত্ব নাই; এই কাৰণে নোহোৱা মোগা কথা তোমাৰ আহি হয় কেনেকৈ? এইবিলাক কথাকেই ভাবি চলে আমাৰ মনত সংশে উপলব্ধি হয় যে মাছ অৰৈত নহয় হৈত। পৰমাকাৰে সৈতে মালখাৰ পিতা পুত্ৰ সম্বৰ পাৰ্থক্য, এই কাৰণে হে ঈশ্বৰৰ ওপৰত আমাৰ গুৰু ৰা ৰখা গাভাবিক। | আখি ওৰ মা ৰ ওপৰত ৰাখে ৰা বাৰু ৰে। তাৰু নোয়কে ৰা তাৰ উপদেশ দেপোৱাকৈ প্ৰায় কোনো কাশকেই কৰিবলৈ আগ ঢ়ে। যদি না বা চাকৰি লেক গৰাকী নোশোন কৈ ৰা তেওঁৰ অনুমতি নোলোৱাকৈ প্ৰা কাৰ কৰা তাৰি; ভুয়া বুজাকৈ তেনেৰূপ কাম কৰিলেও ৰ সৃণ | সি মেয়েলি