পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পু, ১৮৩১]অসমীয়া ভাষাৰ শৰ্কে আৰু দুৰাৰমাণ ক ১ মিলা খাতৰি দেখিছে। তাৰ ভিতৰত এইবোৰ কৰি ofis 18. deprecated the creation of a separata anguage” অৰ্থাৎ মুক্ত কনে এটা সুকীয়া ভাষা হল ফটো বেয়া ধূলিছে। আশা কৰো এই বাতৰি দু; আৰু বাৰি দিওনক ভাঙৰীয়াৰ আচল মানে বুজাত ব্যতিৰ গতিছে। আমি বিশ দুপৰ লোকৰ চকুত ৰালি মাৰি অসমীয়া ভাষা বুলি এটা আমি ক্ষমা নাই, আৰু কৰি ও নোৱাৰে। এতিক আৰু সামাজিক অসমীয়া ভাষাৰ কৰ। যিবোৰ কাণৰ নিমিজে পূৰিীৰ আন আন দেশতে ভাষা ৈ আহিছে সেইবোৰ কাৰতে আসাতে সমীয়া ভাষা সৃষ্ট ল। যিবিলাক কাৰণত এক সংস্কৃত বা এত ভাৰা দেশ কাল পাত্ত তে বিভিন্ন হৈ একোটা মূফীৰা আবাপে পৰিণত হল, যিবোৰ কাৰণত অতীখৰ আৰ্থ- বোৰ তাৰ ঋটি বাড়ি নানা স্থানীয় ভাষাৰ সৈতে মিহলি হৈ গ্ৰীক লোম এখ, পানীয় আদি ল, তেনে বিধৰ কাৰণতে সংস্কৃত সত্বতি অসখীয়া তাও সুকীয়া হৈ পৰিত। আম এখন সুকীয়া ৰাণীৰ ৰাজ্য আহিল। আসামলৈ যোৱা বোৰ আৰু ভাৰতৰ আন আন ঠাইত থকা আৰ্যবোৰ ভিতৰত বুৰৰ ব্যৱহাৰ আৰু গমনাগমনৰ সুবিধা ঘটিল। কালক্ৰমত আসাৰবাসী গাৰ্যৰ ভাষাই নে ভাষাৰ সৈতে সানমিহলি হৈ এটা নতুন আকৃতি ধাৰণ কৰিলে। সেই নতুন গঢ়ৰ আৰ্য্যভাষাই অসমীয়া ভাষা। অসমীয়া ভাষাটো আদিৰ অসমীয়া ডেকাসকলে ৰা আগৰ অসমীয়া বুঢ়াসকলে নিজক সুকীয়া জাতি বোলাবলৈ সাজি উলিৱা বস্তু নয়। ভাষা শোনোৱে ইচ্ছ। কৰি পঢ়িব নোৱাৰে; কিন্তু ইহা কৰি তাক হলে ববি পাৰে। যেনেকৈ প্ৰাণ ৰ কৰিব পাৰি কিন্তু এজন কৰিব নোৱাৰি, তাকে সেই দৰে মাৰিব পাৰি শ্ৰন কৰিব নোৱাৰি। প্ৰাণী ব্যক্তি যেনেকৈ নৈসৰ্গিক নিয়মৰ কাৰ্য, ভাষা শূটিও সেইদৰে প্ৰাকৃতিক অৱস্থাৰ কাৰ্য। প্ৰতি আৰাই সৃষ্ট এণীকৰাৰ নিদি যেনেকৈ আমি বধ কৰিব পাৰে, ভাষাকে সেইৰে টকাই ৰাখি ৰাখি শেহত নিপাত কৰিবৰ মছা আমাৰ আছে। কিন্তু সেই মাৰ ব্যৱহাৰ আৰাৰ যশয্যা নাই। পৃথিবী