পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাও, ১৮৩৩।] গুটিদিয়ে চিন্তাৰ ঢৌ। মানৱ পাতিৰ ধৰ্ম্ম এক। এই এক সত্য ধৰ্ম্মক বেলেগ বেলেগ নাম নি মানুহে জ্ঞাণ কৰা কেবল অজ্ঞানতাৰ কাৰ্য আৰু ইষাৰ স্বাৰায়েই জাতি সিজাতিৰ লগত পৰস্পৰৰ ঘৃণা বিদ্বেষ সঞ্চাৰ হৈ পৃথিবী সুহৰ তেজেৰে বোকা হৈচ্ছে। আগতে এষাৰ কৈ আহিছে। যে মানৱ স্বাধীন, কিয়নো মানুহে নিজ ইচ্ছাৰ অধীনস্ত থাকি কাৰ্য কৰে। মালাক্সাটি যে স্বাধীন এই কথাটিয়েই প্ৰমাণ কৰে যে মানুহে আত্মহত্যা কৰিব পাৰে আৰু মানুহ ঈশ্বৰৰ বিদ্ৰোহী হৰ পাৰে অৰ্থাৎ মানুহে ঈশ্বক নামাৰিবও পাৰে মাৰিবও পাৰে। “Man can rebel against God and obey God; therefore man is indi. pesdent and superior to beasts.” এতেকে ঠাৱৰাৰ পাৰি যে আজ। পৰাত্মা এক হৈও পিতা পুত্ৰ সন্দত দুইও দুটি। বেদান্ত দৰ্শনৰ মুল জাৰ নে সম ব্ৰহ্মাণ্ড ব্ৰহ্মৰেই প্ৰকাশ আৰু সকলে সেই ব্ৰহ্মা, এই কাৰণে মানবাত্মা পৰমাগা বেলেগ নহয় একেই। কিন্তু ইংৰাজী ভাষাৰ Pantheismৰে সৈতে বেদাষৰ মত এক বুলি বুজা মহা ভুল। Pantheist তা- বলম্বী মানুহে কয় যে All is God and God is al" এই কথাটিকেই এৰি আজিকালিৰ দিন অনেক শিক্ষিত ডেকাই, অনেক শিক্ষিত ডেকাই কিয়, অনেক অশিক্ষিত অজ্ঞান মাসুহেও কম যে মানুহে পাপ পুণ্য যা ভাল নেয়া যি কৰে ঈশ্বৰেহে কৰা কাৰ ঈৰ আৰু মানুহ একেই। "চিদানন্দ ৰূপঃ শিৰোজহং” অৰ্থাৎ ময়েই মৰূপ মঙ্গলময় ঈশ্বৰ। এই অতি উচ্চ মাধৰ ভাৰ যি কই তেৰে ওখ অৱস্থাত পৰিছে তেওঁ- মেই হে বুজিব পাৰিছে। এনে উচ্চ বক মানুহে মুক্তি পাই আত্ব। পৰা এৰু আ চৈ আ খ ব্ৰহ্মা এতে বেশ গৰ্ব

  • অগং” সন্ত বিশ্বকেই নিৰে সৈতে এক { Realize)

আয়ত্ব কৰাৰ কাৰেই হৈছে ৰোমৰ্শনৰ অতি উচ্চ তত্ত্ব; কিন্তু Pantheism কি খেলে সি এনে নহয়; সেমি সলেবাসীসকলৰ এক প্ৰকাৰ সাধিতা। এই বিশাল খুচৰি খুচৰি লিখিবলৈ গলে মোৰ এই এটৰ যি উদ্দেশ্য সেই উদ্দেশ্য জাঙি ইয়াৰু এখন গভীৰ - গত , এই হেতুকে ইনৰেপৰা উলটি আমাৰ (ৰ নাম ৰা যা গা পা শুনিলেই বিৰক্ত হৈ পৰম) উকুৰা অসমীয়া ডেকাসকলৰ