পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় বছৰ শাওণ। বাহী। ১৮৩৪ শক। [৯ম সংখ্যা। শান্তি। অতৃপ্তিত অশান্তিৰ ঘৰ, | অশাস্তিয়ে অসুখ বিলয়। অথত বিচাটৰ ৰাশি, জীৱনৰ সোঁত বই যায়। সংসাৰত তৃপিতিৰ আশা, | মৃগতৃষ্ণা মৰীচিকা প্ৰায়, বিচাৰি বিশ্ৰান্ত, কতো নাই; | শান্তিধামত মাত্ৰ শান্তি পায়। ঈৰ্ষা দ্বেষ মেঘৰ ওলন্দালে। | মনাকাশ এন্ধাৰ পেলালে। মোহতম বিষম বিপদে | তজ্ঞান-সূক্য কিলে। ক্ষন্তেকীয়া মেঘৰ আন্ধাৰ, যুগমীয়া তত্ত্বজ্ঞান-বি। যুগমীয়া এৰি ক্ষন্তেকীয়া, মণি এৰি কঁচ কি কৰিবি? লক্ষীনাথ বেজবৰুৱা।