পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ, ১৮১৩। গুটি দিয়ে চিন্তাৰ ঢৌ। কি কুষিত, কি আইন-কানুন ইত্যাদি সকলোবিলাকেই ধৰ্মশাস্ত্ৰ। মানৱ জাতিৰ ধৰ্মশাস্ত্ৰও একেখনি আৰু ধৰ্ম্মও একেটি। প্ৰাচীন অধ্য সকলে এটাইবিলাক কথাকেই ধৰ্মশাস্ত্ৰ ভুক্ত কৰি গৈছে। গতিকে হিন্দুধৰ্ম্ম শ্ৰেষ্ঠ। আমাৰ অসম ফেলত বৰ্তমান হিন্দু ধৰ্ম লোপ পাৰ লগা হোৱাৰ দৰে হৈছে, এই হেতুকে আমাৰ অসমীয়া মানুহৰ গতি খল অৰ্থাৎ নাম মুমুৱাৰ ফালে যাবলৈ ধৰিছে। এ শানে ভাৱক যুৱ। মালয় ধৰ্ম বুলিলে মানুহৰ স্বভাৱৰ বুজায়। ধৰ্ম্মৰ মূল অৰ্থ আসে খৰা। মা- হৰ অভাৱত আইকৈ আমি এটি এ দেখিবলৈ পাওঁ যে মানুহে যিহকে দেখে তাকে শিকে বা অনুকৰণ কৰি খোতে, কিয়নো মানুহ বুজি জীবী। বুজিয়ে অনুকৰণ বা নকল কৰি খোজে। অনুকৰণ ৰা সকল কৰা স্বজাৰে মানুহৰু কিবা এটা ধৰাই তাৰ আহি বি তোলায়। অনিময় কৰ্ম্ময় দুবিধ জাহিকেই মানুহে কিবা এটাৰপৰ ৰা ৰা ধৰিব খোজা গভাৱটিকেই মানুহৰ ধৰ্ম্ম ফেলে। এই ধৰ্ম্ম মানুহৰ স্বাভাবিক। যি জাতিৰ মানুহে থক নখৰে ৰা ধৰিব নোখোজে সেই জাতিৰ পঙন বা খহি পৰা অনিবাৰ্য। কাৰ নধৰিলেই খহি পৰে। এই পৃথিৱীয়ে যদি ধৰ্ম্মক ধৰি নেকিলহেঁতেন তেন্তে ই কেতিয়াবাইললৈ খহি পৰিকোনোৰা এটা গ্ৰহত লাগি ঠো খাই গুৰি হলহেতেন। কিন্তু Centrifugal and Centripetal নীং কবিমুখ আৰু কেমুিখ এই দুটা শক্তিয়ে ইয়াৰু নিয়মিত কৰি ৰাখিছে দেখি ই বিনাশ নোহোৱাকৈ এতিয়াও আছে। এই অআৰু চৈত উভয় জগতকেই নিয়মিত কৰি ৰাখিছে। যি অড় আৰু চৈতন্য উত্য জগতকেই নিয়মিত কৰি ৰাখিছে তাকেই নি। বোলে। এই বিখৰু নিয়মিত কৰি ৰখাৰ কৌশল দেখিয়েই আমি সহজে বুজিব পাৰিছে যে ই এটা ফান বুনিয় কা। ফাৰ্য দেখিয়েই বুজিব পাৰিছে। যে কৰ্তা আছে; যিয় দেখিয়েই বুলিব পাৰিছে। এ নিয়ে আছে। সিঙ্গাৰ নিয়মেই বিখশকা কৰি আছে। নিয়ম ৰাখি খোৱা কেই ধৰ্ম্ম যোলে এই কাৰণে “ তি সৰ্বদ” ই কি না বা কৰি আছে। যি কথা পটিক চাই ইয়াৰেই হে দেখি যে ঠিকই বুটিক শাহিৰে তিৰে একেটি নিয়ম ও নিয়মিত কৰি ৰাখিছে। আমি গত দুখন