পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ বাৰ, ৮ সংখ্যা। নেই যে চা। এই সত্যই আমাৰ অঃ ঔদ্ধ ইপিনে সিপিনে চাৰিত ফালে অস্থিতি কৰি আছে। এই কাৰণে আমি কো নোহোৱা শৰ পৰা উৎপত্তি হোৱা নাই, কিবা এটা হোৱা বা অফিত্বৰপৰা সৃষ্ট হৈছে। এই হেতুকে সত্যই আমাৰ অন্তু গতত আনৰূপে আৰু খহিত বিকাশ জপে পোহৰ কৰি আছে। মুঠতে দেখিবলৈ গলে সত্যকেই আৰ কাৰ, সতাৰেইলৰা আমি উৎপত্তি হৈ, সত্যৰেই আমি থিতাপি॥ আছে। এই সত্যৰ একা যাক ইংৰাজী ভাষাভ Manifestation যেতে সেই সেই ৰে। মানুহৰ ঘৰ সাৰ্থৰু ৰে জনা আৰু বেদ মতে চলা। আমি যি দেখিছো, শুনিছে, খাইছো, ঘ্ৰাণ পাইছো, স্পৰ্শ কৰিছে, এটাইবিলা- কেই জ্ঞানৰ কাৰ্য। এই অয় যি অনন্ত আমেৰেই পুৰ্ণ বা অনন্ত জ্ঞানময় যিশ। “ং ফৰ্মালিং পাৰ জ্ঞাৰে পৰিমাপাতে” (গীত)। আমি মানুহ বুলি যে মানুহে নিয়ে এই কথাই প্ৰমাণ কৰে যে মানুহ আলী জীৱ, আনৰ উন্নতি সাধন কৰিবৰ নিমিত্তেই মানুহ পৃথিবীলৈ আহিছে। ঈশ্বৰৰ জঙ্কিায় মানুহে যে জ্ঞানৰ উন্নতি সাধন কৰিব লাগে। ইয়াতকৈ আন একো নাই। তেওঁ মানুহৰ বুজিৰ দ্বাৰাই ব্ৰহ্মজ্ব সৃষ্টি কৰাই যুগে যুগে একাণ হোৱা জ্ঞান মানুহক পাহৰিবলৈ নিদি মহাপুৰুষসকলৰ ৰাই লিপিবদ্ধ কৰাই ৰাখিছে। এই লিপিবিলাককেই যে বা শক্ত বোলে। | ধৰ্থশাস্ত্ৰ মানে যে কেৱল ঐশ্বৰিক বিষয়ৰ তত্ব প্ৰকাশকেই বোলে এনে নহয়। শত্ব ৰক্ষ তম Constructive, protective and destructive causes অৰ্থাৎ সৃষ্টি, দিতি, লয় (স) এই তিনটি গুণৰ প্ৰচাৰকেই ধৰ্ম্ম শাস্ত্ৰ খোলে। তুমি মাটি কলটি গঢ়িলা বা হা কৰি সৰু কেনেকৈ ৰাখিলে না অৰ্থাৎ ধ্বংস নেহোৱাকৈ থাকে আৰু জল হে তোমাৰ এই ধৰ্ম্ম। মোটতে বা ফাই। এই নিমিতে, ধ্বংসলৈ যাবলৈ মিয়া কথাই হৈহে পাণ, যা কৰা কাৰ্যই হৈছে পু। তেনেহলে মানুহে প্ৰয়োই খাকি পৃথিবীত মানুহ ৰোলাই ঈশ্বৰৰ মহিমা প্ৰচাৰ কৰিবলৈ যাবতীয় জ্ঞান বুনি শিকাৰ এয়োজশীয় কথাকেই শাস্ত্ৰ বোলে। কি যে বো, কি পুৰাণ, কি বৈশা, কি বিজ্ঞান আৰু শিক্ষশাস্ত্ৰ,