পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ ৰাহী। [১ , লা সেইবিলাক ৰিত এটা সুকীয়া ভাষা গ্ৰত কৰিবৰ নিমিত্তে যথেষ্ট নয়; সেইবোৰ কেৱল মাৰ চোৰ কে-কে। মাথোন, বিবোৰ ৰাখি আমি নিৰ ফালৰ ৰা ঠাইৰ প্ৰতি থকা ঘৰৰ বাৰিডাল নাকাটি পাইক খাত। এটা কথা এইখিনিতে মই মাৰ অসমীয়া ৰাসকলক সোখে। - অসমীয়া ভাষাটা বে কান গাৰ পত্ৰংশ নহয়, আৰু সি ৰে সুকীয়া। আৰু গোটেই আসাৰৰ নি ভাষা এইবোৰ কথা প্ৰমাণ কৰি থাকিবলৈ এতিয়াও আমি মামা খনে খনে খুলে বুক কৰিয়েই থাকিব লাগিব নে কি? আমাৰ আগৰ জ্ঞানী বিধান বুদ্ধিমান ভাষাজ্ঞ পণ্ডিতসকলে এই বিলাক বিষয় আলচ কৰি যীশংসা কৰি যোৱা কথাবোৰে আমাক শিকনি দিবলে নট। হৈছেনে? মহাত্মা আনন্দৰাম ঢেকিয়াল ফুকন, অষিতীয় পণ্ডিত হেমচন্দ্ৰ বৰুৱা, বুৰঞ্জীবি উদাহৃদয় ৰায় গুণাভিৰাম বৰুৱা ৰহাৰ আদি মহানুভৱ অসমীয়াসকলে, বিন, ব্ৰাউণ, গেইট, গ্ৰিয়েচন আদি বিদেশী প্ৰগাঢ় পতিসকলে অসমীয়া ভাষাৰ বিষয়ে বিবোৰ সিমান্ত কৰি থৈ গৈছে সেইবোৰ আমাৰ এন্ধাৰ বাটত আৰিয়াৰ পোৰ দিব পৰা নাই নে যে আমি কণাংলা দেখি আকৌ “অন” বিচাৰিছো? আমি অসমীয়া ভাষাৰ উন্নতিৰ মাজবাট পাই আকৌ উভতি গৈ, আগেয়ে যি ছোৱা বাটকুৰি বাই আহিছিলো, সেই ছোৱা অহা ও হৈছিল নে নাই তাৰ বিচাৰ কৰিবলৈ বহিব লাগিব নেকি? আমি “মোন” আৰু “বল প্ৰমোন” নলৈ “ভিগ্ৰে” হৈ ক' শ্ৰেণীলৈ গৈ, আমাৰ কোনো কোনো লেখাৰুৱে লেখা দৰে “অধোন্নতি" কৰিব লাগিব নে কি। আনৰ কথাকে নকওঁ, গবৰ্ণমেন্টে অসমীয়া ভাষাক বিশ্ববিদ্যালয়ৰ ওখ মলালৈকে প্ৰবেশৰ অনুমতি দিলে, অথচ আমি আজিও আমাৰ ভাৰ ভালকৈ শিকিবলৈ আৰু তাৰ ভাল কবি- বলৈ কাৰবাৰ নকৰি, আমাৰ অৱহেলা আৰু অক্ষমতাৰ ওপৰত ঢাকোন দিবৰ মনেৰে বিজ্ঞ বোলাই আকৌ ৰিতে খামোচ মাৰি ধৰি সুধিছে-অসমীয়া তাষ কাক কৰ? | ভাৰতবৰ্ষত একেটা কা হোৱাটো ভাল কথা। কিন্তু ভাৰত এ-এটা সুকীয়া ৰ ৰহ। এন-এটাই নিৰ অস্তিত্ব বিলোপ কৰি একেটা