পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰি, ১৮৬'] চন্দ। ৩৩১ পূণিমা ষোলে। চৰ যি ভাগ সূৰ্য্যৰ পোহৰ পোহৰ হয়, সেই ভাগ সূৰ্যৰ ফালে থাকে আৰু দি ডোখৰ এন্ধাৰ থাকে সেই ডোখৰ পৃথিৱীৰ ফালে থাক। এই নিমিত্তে পৃখিৰীৰ মানুহে'সেই সমত চক লেখা মেপায়। এই সঞ্জয়কে অমাবস্যা বোলে। পিছত যেতিয়া সৰ্যৰ ফালৰপৰা চৰ অলপ ইকালে আহে তেতিয়া.তাৰ পোৰ আমি দেখা পাও। যেতিয়া ভাৰপৰা আৰু অলপ ইফালে আছে তেতিয়া ২ ভাগ দেখা পাওঁ। আৰু তাৰপৰা আৰু ইফলে অহিলে { ভাগ দেখা পোৱা যায়। আৰু তাৰপৰা একেবাৰে পৃথিবীৰ ইফালে জাতিলে, তেতিয়া তাৰ গোটেই জাগ দেখা পোৱা যায়। ইয়াকে পূৰ্ণচন্দ্ৰ (Full moon) বোলে। ই দেখিবলৈ বৰ সুন্দৰ। চন্দ্ৰ নিয়ে দীপ্তিময় নইলেও আমি যেনেকৈ তাৰু সূৰ্যৰ পোহৰত দীপ্তিময় দেখো, যদি চন্দ্ৰত পৃথিৱীৰ নিচিনা মানুহ আছে তেনেহলে সিহঁতেও পৃথিবী তেনেকুৱা দীপ্তিময় দেখে। আমি যেনেকৈ চন্দৰ ব্ৰাম বুদ্ধি দেখা পাওঁ, সিহঁতেও তাৰপৰা তেনেকৈ পৃথিবীৰ হ্ৰাস, বলি দেখা পায়। পৃথিবীত যেনেকৈ চৰ পোহৰ পৰে, চলতো তেনেকৈ পৃথিবী পোহৰ পৰে। এই নিমিত্তে চন্দ্ৰৰ যি গত সূৰ্যৰ কিৰণও সুন্দৰৰূপে পোহৰ পৰে তাৰ বাহিৰে অৱশিষ্ট জাগো অলপলপ দেখা পোৱা ধাৰ;সেই কাগ সচৰাচৰ বগা বৰ দেখি। ১৭৪৪, ১৪ ফেব্ৰুৱাৰিত বগ। চি হালীয়া পোহৰ দেখা গোৱা গৈছিল, আৰু দেখি লেট নামে এন জ্যোতিৰ্শিদ পথিতে লেখিলিযে তেতিয়া আমেৰিকাৰ গণি খণ্ডৰ ভিতৰৰ শৰণ্য ধীয়া পোহ চন্দ্ৰ লত পৰি চৰ তেনে বা দেখা পোৱা গৈছিল। চৰ পোহৰ তলত নহয় বুলি আগৰ পণ্ডিবিলাকে চক হিমাংশু আৰু শীতাংশু বুলি কৈনি। কিন্তু সম্প্ৰতি মেগলি নামে এই পণ্ডিতে চৰ তেজ কাবুলি সৰণ কৰিছে। হিনলাল বৰুৱা