পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। { , শংক। | চশমণ্ডলৰ ওপৰৰ ভাগ পৃথিৰীৰ নিচিনা কোনো ঠাই ওখ আৰু কোনো এই চাপৰ। বৰং চন্দ্ৰত যিমান প্ৰাপ্ত প্ৰকাণ্ড শবৰ আছে, পৃথিবীত তেনেকুৱা মাই। ইয়াৰ ওপৰ ভাগত যিবিলাক কলা কলা কলঙ্ক গেখা যায় সেইবিলাক আন একো নহু কেৱল ভাঙৰ ডাঙৰ খবৰ আৰু প্ৰশস্ত চাপৰ ঠাই। তাৰ মাজত সুৰ্য্যৰ কিৰণ নপৰাত সেইবিলাক ঠাই পোহৰ নেদেখি। সেইবিলাক গজি উত্তৰ আৰু পৰ ফালে বেছি। সেইবিলাকৰ দূৰৰীক্ষণেৰে চালে নানা ৰকমৰ দেখা পোৱা যায়। কোনো ঠাই ৰখা, কোনো ঠাই হালধীয়া আৰু কোনো কোনো ঠাইৰা বৰ্ণৰ দেখা যায়। ৰোহিঙ্গা পতিবিলকে গণনা কৰি সেই বোৰৰ দীঘল বংল নিৰুপণ কৰি। চৰ যিবিলাক ঠাই অতি উ দ্দেশ্য। পোৱা যায় সেইবিলাক বৰ ওৰ পৰ্ব্বত। উত্তৰ আৰু পূষ ভাগে গৰ আৰু চাপৰ ঠাই বেছি। কিন্তু দক্ষিণ আৰু পশ্চিম ভাগ পৰ্বতেৰে পৰিপূৰ্ণ। জ্যোতিৰেণী পণ্ডিতবিলাকে ডাঙৰ দূৰবীক্ষণৰ বাৰাই চাই সেইবিলাক পৰ্বতৰ আকাৰ প্ৰকাৰ শাখা, এশাখ। আদিৰ বিষয় সম্পূৰ্ণৰূপে জানিছে আৰু সেইবোৰ কিমান ওখ তাক গণনা কৰি স্থিৰ কৰিছে। এনে কি, আমি চন্দ্ৰমণ্ডলৰ যি আখা ভাগ পাওঁ, তাৰ নক্সা পৰ্যন্ত আঁকিছে। এইবিলাক ওখ পৰ্ব আৰু ডাঙৰ গহবৰ থকা দেখি চমণ্ডলৰ ওপৰম্ভাগ ভুমণ্ডলতকৈ সুন্দৰ দেখা স্বায়। একোটা পত ১৬, ১৯৮ হাত, একট। ১৬, ৮৮৮ হত, আৰু একোটা ১৫, ২১৩ হাত ও। পৃথিবীয়ে যেনেকৈ এবছৰত মৃধক এবাৰ প্ৰকি কৰে, তেনেকৈ চন্দও ২৭ দিন ১১৩, ১৭ পল আৰু ৫৮৪ অনুপাত পৃথিবীৰ চাৰিও ফালে ঘূৰে। পৃথিবীৰ যেনেকৈ আহুিক গতি আছে, চইও তেনেকৈ প্ৰদক্ষিণ কৰি কৰি গাড়ীৰ চকৰিৰ নিচিনাকৈ পৃথিবী এবাৰ প্ৰদক্ষিণ কৰে। যেতিয়া ঘি ভাগত সূৰ্যৰ পোহৰ ৰূপৰে, তেতিয়া সেই ভাল এস্কাৰ হৈ থাকে এই নিমিত্তে আমি কি দেখা নাপাওঁ। পৃথিবীত যেনেকৈ দিন ৰাতি হয়, চন্দতে। তেনেকৈ হয়। তাৰ দিন জাৰু ৰাতি প্ৰত্যেকটো প্ৰায় এক পক্ষ।

  • যেনেকৈ কোনো এটা চাকিৰ ওচৰত এটা টোপ থাকিলে তাৰ অধি।

চাকিৰ পোহৰত পোৰ হয়, তেনেকৈ দূৰ পোহৰত চন্দ্ৰগুপৰ অখা ভাগ সদাই পায়। যেতিয়া আমি তাৰ বাকী কাগ দেখা পাওঁ তেতিয়া আখি তা