পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ, ১৮৩৩}} মহাপুৰুষ শঙ্কৰ, দামোদৰ আৰু হৰিদেৱ! ৩২৭ বজাৰ ও হৰিদেৱ ৰোলৈ পলাই যায় আৰু তাতেও শক লগ পায়। কাৰৰপৰা হেলে দুয়ো নদীয়ালৈ চৈতকে কল কৰিবলৈ বাৰ। চৈতই শুভ্ৰ দেখি শঙ্কৰক লেখা ৰিলে, কিন্তু হৰিৰ বৈকুৰ শ ভাগৱত দি ফলে যে কৰে এই শাস্ত্ৰ গীত কৰি। চৈতই নিয়ে শঙ্কৰকো ব্ৰহ্মাংশে অৱতাৰ বুলি কৈ তেনে শঙ্কৰক আকৌ শূদ্ৰ বুলি ওচৰলৈ যাব সিঙ্গি খুজ পৰত ভক্তি ৰহৰ কথা লিখি দিয়ায় অৰ্থ কি? যি চৈতৰপৰা ৰূপ সনাতন আদি কৰিনীচকুৰ ভক্তসকলে ধৰ্মজ্ঞান লাইলি, বৈষ্ণৱ দেখিলে মিহাশেমি। আকোৱালি ধৰিছিল তেনে মইজনৰ মনত এনে সীৰ গুৰি আছিল এনে বা লিখি প্ৰকাশ কৰা দূৰত খাওক ভাবিলেও পাপ হয়। হৰিদেৱ পুৰ্ব অংশে বিষ্ণু অৱ- তাৰ, ৰাময়ৰ মতে দামোদৰ বিষ্ণু অৱতাৰ, আকৌ হৰিদেৱ, শাহেদ, শঙ্কৰ, অঙ্কংশে অৱতাৰ ইয়াৰ বা অৰ্থ কি? দামোদৰ পখীৰমৰায়ুৰ মতে চেই ৰামৰম গুৰুৰাঙত শাস্ত্ৰ পুথি কামোদৰলৈ দি পঠাইছিল, হৰিদেৱ চৈতৰ গুৰিলৈ যোৱাই নাছিল, দামোদৰৰ পৰাহে হৰিদেৱে ধৰ্ম্মজ্ঞান পাইছিল। কিন্তু দিৰাকৰ বাপুৰ মতে হৰিদেৱে নিজ হাতে চৈতন্থৰপৰা ভাগৱত শাস্ত্ৰ নিমিল, দামোদৰলৈ চৈতন্যই এখন পটহে দি পঠিয়াইছিল। ৰামৰায়ে লিখিছে শঙ্কৰে চৈতঙ্কত শৰণ লৈ তেওঁৰ গুৰিত তিন দিন আছিল, কিন্তু ঘিজ দিৰাকৰ বা উদাৰগোবিন্দৰ মতে শঙ্কৰে চৈতৰ গুৰিলৈকে যাব নোৱাৰিলে। এতে বিষম অনৈক্য কি নিমিত্তে হয়? সত্য এভৰপ মিছাৰ আৰণেৰে ঢাবি নোৱাৰি, কেৰাতৰপৰ আৱশ্যক হয়। সেইবাৰে হে ইমান অনৈক্য আৰু ইমাম কাল্পনিক কথাৰ সৃষ্টি। এদলে হৰিদেৱক আৰু অলি গলে পামোগক শ্ৰেষ্ঠ কৰিব খোজে, কিন্তু উভয়ৰ খ শশীৰ্ষস্থানৰপৰা মাষলৈ। মুল কথা, শঙ্কৰে হে আদিতে এই দেশত নাম-ধৰ্ম প্ৰকাশ কৰে আৰু মাত্ৰ দেৱক সঙ্গত লৈ প্ৰথমতে অসৰ ৰাজ্যত আৰু পাক কোচ ৰাজ্যত এই এ এটা কৰ। নিওল যে ৰূপ বন। শঙ্কৰেসে আসি মূল গুলি লক্ষণ।” পাৰ্বভৌম ভট্টাচাৰ্য। যত ব্ৰাহ্মণে শত শৰণ লৈছিল। যিসকল ব্ৰাঙ্কণে শঙ্কৰ গুৰু নিছিল ওঁলোকে শক্ষক ঈশ্বৰৰ বুলি বিবেচনা কৰিছিল।