পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাহাৰ, ১৮৪৩। মহাপুৰুষ শঙ্কৰ, দামোদৰ অৰু হৰিদেৱ। ৩২৩ গুক লগত লৈ পশ্চিমত থকা চৈতৰ গুৰি পালেগৈ। কভূষণ মুখে নিয়ে শঙ্কৰ। কৃষ্ণ যে চৈতন্থ হুয়া হৈছে অয়াৰ। ব্ৰহ্মানন্দ আচাৰ্যেও ঋহিত। ব্ৰহ্মহবিলাসে পাছে কৈলাশ। সেছি কথা সুমৰি গৰ মোৰ গুৈল।। ৰামৰম গুৰু সমে ওচৰ চাপিল। অৱনত হয়। দুয়ো নমিলা সাক্ষা। পুৰুপৰ পুছিন্তু কথা হত যাত। শঙ্কৰৰ আগে মালি! মহাজ্ঞানী। কল গুলু জল ঢালি জ্ঞাইল। আপুনি। শঙ্কৰেও বুজিলন্তু সেই অনুমানে। এক যে শৰণ ধৰ্ম্ম চৈতৰ স্থানে। তিন দিন অন্তৰে বিদায় কৰিল।"---ৰাষায় ঘি। শঙ্কৰৰ ঘাই চৰিত্ৰলিখক ৰামচৰণ ঠাকুৰ আৰু তেওঁৰ পুত্ৰ দৈত্যাৰ ঠাকুৰ, লাঙ্গণ মিণ, ৰামানন্দ ঘি আৰু সাৰ্বভৌম ভূটাচাৰ্য এজনেও কামোদৰ এনে বৃত্তান্ত নেদেখে। শৰ চৰিত পঢ়ি ইয়াকে নিৰ পৰা যায় যে পাটবাউসী হে শাৰে সৈতে দামোদৰৰ প্ৰথম চিনাকি। দামোদৰ এজন বৰ অঁপিপাসু নিঃকিন সংব্ৰাহ্মণ আছিল। তেওঁ পাটবাউসীত শঙ্কৰৰ কথিত আহি সদাই ধৰ্থ বিষয় আলোচনা আৰু ধৰ্ম্ম পখিৰ ব্যাখ্যা শুনিছিল। শঙ্কৰৰপৰাই তেওঁ ধৰ্মোপদেশ পাই কালক্ৰমত নিজে এন এ উপদেষ্টা হৈলি। শঙ্কৰেই তেওঁক আচা পাতি পাটবাউসীত ৰাখিছিল। এদেৰ আৰু মাধৱদেবৰ মৃত্যুৰ পাছত লোমোদৰদেৱ কামৰূপ আৰু ৰেহাৰত বিশেষ জনা শুলা হৈছিল। ৰামচৰণ ঠাকুৰ আৰু তৈৰি ঠাকুৰৰ কে নকওঁ, ৰামান আৰু সাৰ্বভৌম নিলে ৰা হৈয়ে এই বিষয়ে কি লিখিছে পাঠ এক দিন মাশোৰ কৰিলা ফিন্য। শৰণ লাৰু খাপ মোহাৰ লগ।