পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠে, ১৮৩৩।]. পৰণি আসামত জুকি। ঠাই শিল ইটাৰহৰিলাৰ হাজাৰতৰ অগনিৰ মোলা কোলোৱে জানে- মাহ উলিয়াৰ পাৰে যে শিল ইটাৰে অশিদি সানিবলৈ ভাৰতৰৰ মানুহে বুৰ পিছৰপৰা হে শিকিছে, এইবিলাক গছাৰতৰ এগৰ। কেমেৰু? আজিকালিৰ পণ্ডিতসকলে ভাৰতত ব্যক্তি বিদ্যা বুদৱৰ পিনৰপৰা চলা হোৱাকে থিৰ কৰিছে হয়। কিন্তু বোধ হয় অসমক হেলা কৰি তেখেত- সকলে অসমৰ পুৰণি পুৰীবিলাকৰ অগ্নাৱশেষবিলাক ভাল কৰি পৰীক্ষা কৰি চোৱা নাই। পৰীক্ষা কৰি চাইও যদি সেই ওকে বিৰ কৰিছে তেন্তে গুৰু বেদে তেওঁলোকৰ সিদ্ধান্ত ভুল বুলি কয়। ঋকৃৱে শই শই শিলৰ নগৰৰ উল্লেখ দেখা যায় (Civilization in ancient India. by Mr. R. c. Dutia, Vol. I, page 46)। এই শিশৰ শৰবিলাক ঋৰু ৰচোতাসকলৰ কাঞ্জনিক নগৰ বুলিবলৈকো, সোণ, ৰূপ, হীৰা, মৰকৰ নাম নল শিলৰ নাম বলে কি? অসমখন তন্ন তন্ন কৰি বিচাৰিলে শই শই নলেও এখন শিলৰ নগৰ বোধ কৰে। পোৱা যায়। পুৰণি অসম নো স্বৰ্ণ পাতাল মামেৰে ভূৰিত হৈছিল কেতিয়া আৰু হোৱাৰ কাৰণেই বা কি? এই বিষয় মীমাংসা কৰিবলৈ ঋকবেদৰ অশ্লম্ব লোয়। অৱশ্যক কৰে। কিশে কযেৰপৰা কি প্ৰাচী কি প্ৰতীচী সকলে। পত্তিতে স্থিৰ কৰিছে যে অৰ্থসকল তেওঁলোকৰ পুৰণি ঠাইৰ পৰা আহি পশ্চিম ফালেদি ভাৰতবৰ সোমাই প্ৰথমতে পৰি অঞ্চলতে যাতি কৰে। চাৰিও ৰেলৰ উৎপত্তিস্থল পাৰেই। পিছে ধীৰে শীৰ অনাৰ্য্য বিলাক শ কৰি কৰি কত যুগৰ মুৰত গঙ্গোপত্যকঅধিকাৰ কৰি তাত ৰাজ কৰে; সেই সময়তেই হিসকলে সকলো ৰকল উন্নতিতে “জেনিথ” acrith) অং চৰম পায়। যে, পন্ধি, শাৰণ্যক, উপনিষদ, জন অ: হিংসঞ্চলৰ সকলে। শাস্ত্ৰ সেই সময়তে পূৰ্ণ হয় আৰু ৰাজ্য ভাৰতবৰ্ষৰ দক্ষিণে ক্ষা- গৈক বিস্তৃত হয়। তাৰ পিছত তেওঁলোক মগধ বা সিঙ্গাৰ পাতি। অসমৰ ফালে অধ্যকলৰ অধিকাৰ ৰিত নহলেই; অৰ, আনয়বিলাকৰই ৰাক্ষণ থাকিল। কিন্তু এই মতটি ভুল। প্ৰাচী আৰু প্ৰতীচী এই দুই দিশৰে মহান অগাধ পণ্ডিতসকলৰ এগ উলিয়াবলৈ চেষ্টা কৰা এই লেখকৰ নিচিনা ক্ষুদ্ৰ পতঙ্গ এটিৰ কিমান দুঃসাহলিকতাৰ কাম, এইটি লেখকে ভাল কৰি জানে;