পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ বা, ৩৪ সংখ্যা। | অসাৰ আলহী-গৃহৰ ওচৰলৈ গৈ দেখিলে, তেখেতৰ ওচৰত এজন নতুন মানুহ বহি আছে, অৱশ্যে অসমীয়া। কথা-বতৰাৰ ভাৰত বুজিলোতেওঁ পুলিচা মানুহ। “পাছ মোলোৱাকৈ মণিপুৰৰ ফাললৈ আমাৰ গিবঢ়া সম্বন্ধে কিবা এটা আপত্তি তেওঁ উত্থাপন কৰিলে। কিন্তু আমাৰ আলহী-গৃহই “মই এওঁবিলাকক চিনি পাও, এওঁবিলা? মোৰ লগত যাব বুলি কোৱাত পুলিচ কৰ্মচাৰীজনে সেইটো আপুনি অনে” বুলি আপত্তি কৰিবলৈ ক্ষান্ত হল। সৰ্ব্বনাশ! “পাছ” লব লাগে বুলি যে Wামি সমুণি জনাই নাছিলোঁ! আমাৰ কপাল ভাল বাবেহে আমাৰ আলহী-গৃহস্থৰ দেখিয়া এজন পদস্থ চিনাকী ভদ্ৰলোকক লগ পাইছিলোঁহি। নহলে কিজানি নীচুগাৰদৰ পৰাই আমাক ওতাই পঠিয়ালে হেঁতেল। চাই তৈয়াৰী আছিল। জামাৰ গালহী-গৃহস্থই আমাক চাহ খাইয়েই গাড়ীৰ লগত আগ বাঢ়িবলৈ কলে। তেওঁৰ মালব কঢ়িয়াৰৰ নিমিত্তে লগত শাড়ী আহিছিল। তেওঁৰ চাকৰ কিটাও গাড়ীৰ লগতে আগবাঢ়িৰ। তেওঁছে নিজে পছণ্ড ঘোৰত আহিব। আমাৰ মলবস্তুবোৰও গাড়ীত বোখাই কৰি পৰলৈ চাকৰক তেও হুকুম দিলে। চাহ খাইয়েই আমি তিনিওজন ভ্ৰমণকাৰী আগ হলেহঁক। সকলো মালবন্ধু শাড়ীত যোৱা বাবে শুদ। গাৰে খোজকাঢ়ি বৰ ভাল লাগিল। এতিয়াহে আচল মণিপুৰৰ আলিত ভৰি দিলে। এটা অপুৰ্ন নতুনত্বৰ তাৰে মনত যে ৰ্ত্তি গালে। | নীচুগাৰদৰপৰাই বাটটো পৰ্বতৰ গাদি। পৰ্বতৰ নিচেই তলেদিও বা একেবাৰে ওপৰেদিও নয়। ওগৰপৰা ভালেমান ওত, পৰ্বতৰ খাতিত পৰ্বতৰ কাটি আশি তৈয়াৰ কৰিছে। দুখন গাড়ী সামানে যাৰ পৰামান ও নহয়। ঠায়ে ঠায়ে হে কথমপি দুখন গাড়ী সমানে ব্যাব পাৰে। আলি একাৰে পঞ্জীৰ খাদ বা “কুং", আলফালে ওখ পৰ্বত। আলিৰপৰা দেখা যায় তলেদি লৈ বাগৰি গৈছে, কিন্তু ভালৈ নাৰিবৰ উপায় মাই। আলিৰ পৰা কেমেৰা বাৰি ভাললৈ সৰি পৰি লাগিলেন ফি আহ, পকা কঠাক দিলেই বোধ কৰোকৰ পাৰিব। অল সে মুকলি তেলেও নহয়। লামা ভাৰ সৰু গছৰ পৰ্বতৰ গা আৰু অল তোৰ আবৃত। এফালে এনে শান্ত।