পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১া , স্যা সহা চুৰ পৰিমাণে পোৱাহেঁতেন নিজৰ গানৰ সৰহভাগ উনি ভাষা এৰি দিব নালাগিলহেঁতেন; কিন্তু জীৱন-যুদ্ধ যে সি টিকিব নোৱাৰি যোগ্য- তম দিলশীয়া খ এৰি দি হকি পৰি এইটো নুই কৰিলে নচলে। গচাৰ লৰা আৰু উনিৰ তাৰ বোলোতে স্বাক প্ৰতপক্ষে তাৰ বাৰীলৈ তুলি ভাবা বোলা যায় না তাক বুজুৱা নাই; অসমৰ উৰি আৰু ভাত ব্যৱহাৰ কৰা স্থানীয় খাত অৰ্থাৎ dialect হে বুজাইছে। ভাল অৱস্থাৰ সুবিধা পাই কোনো এড়োৰ মই স্থানীয় মাতে নিৰ গাত শক্তি সঞ্চয় কৰি শেহত আগৰ শৰীয়া আন আন dialect বোৰৰ ওপৰত যে নি। প্ৰান্ত সংস্থাপন কৰে এইটো স্বাভাবিক নিয়ম। যেনেকৈ অৱস্থাৰ মূলত ভাবিক নিয়ম মতে কোনো এটা ফৈদ ওচৰচুবুৰীয়া আন ফৈবিলাকৰ ওপৰই লাহে লাহে আতা লাভ কৰি শেহত এটা ৰাতিত পৰিণত হয় গৈ, কোনো এটা dialectএ অৱস্থাৰ তাৰতমা অনুসাৰে কাৰত সেইদৰে এটা ভাত পৰিণত হয় গৈ। সহ দূৰলৈ বাৰৰ সকাম নাই, আজিকালিৰ বলা ভাত আৰু ইংৰাজী ভাষাতো এই কথাৰ প্ৰমাণ ফটফটীয়াকৈ দেখি- বলৈ পোৱা যায়। শৰীয়াৰ ভাষা বদেশ ভাষা হোৱা আৰু আজিকালিৰ কলিকতীয়া ভাষাই সেই ভাষাৰ ওপৰত ৰহণ সানি তাৰ জেউতি চৰোৰা, নেটিক ফচ ৱে মৰমাখ জুট, পিকট, ভাষাৰ ওপৰত এংলোকে ভাবাই প্ৰায় লাভ নাই এই কথাৰ উদাহৰণ। আমাৰ অসমীয়া তাইও এই স্বাভাবিক নিয়ম অনুসৰি বছো বৰাহী দুয়া আহোম ভাষাৰ ওপৰঙ খাতাপম কৰিলে। যাইকৈ ৰাজধানীৰ ভাষাই যে ফালত গোটেই ৰাৰ কয় সেইটো এক একাৰ অতঃসিদ্ধ বুলিব পাৰি। আজি- কালিৰ ফালাভাষা কলিকতীয় সচিৎ লা হোৱাৰ কাৰণে মেয়েই। যদি আমাৰ আৰ তাৰ কলিকতাৰ ভাৰা লহেঁতেন তেৰে আজি গোটেই ভাৰত অল জামাৰ ঢৌৱে ৰে চোৱাই পেলালেহেঁতেন এইটো ঠিক যান কৰিব পাৰি। বৰ দেশৰ উৰাই উঃ ভাৰত একেই চোৱাই পেলাইছিল। কোনো এটা এক ধৰাৰ ভাষাইও কৰেছি এনে তাপ দেয়। পৰ শিশৰ গা ও ভাষাৰো এন্ড ইমেই আৰু দক্ষিণ শাণীত এ এইদৰেই হৈছিল।