পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেঠ, ১৮৩৩।] হংসধ্বজ আৰু চম্পাবতী। ২৯৯ স্মান আৰু মৰ্শন কৰিবলৈ যায়। বাস্তৱকে ইন্ধাৰ দৃশ্য-মাধুৰ্য দেখি জগদী- ঘৰৰ সৃষ্টি-মাহাত্ম উপলব্ধি কৰিব পাৰি আৰু হলৰুত ভক্তিৰ বীজ সি চিব পাৰি। কালক্ৰমত চম্পানলাৰপৰা পানা উৰণ আৰু তাৰ পিছঃ ক্ৰমে চপানলা আৰু চাপানলা হবে। কোনো কোলে শিশিত মানুহে এতিয়াও চশনিলা আৰু পিিনলা ফেলে। কিন্তু চপানলা আৰু চাপানলাকেই আ.ি কালি বেছি ভাগে কয়। এই খিনিতে কোৱা উচিত যে এনে দিবিজয় কৰি বল আহি পূৰ ফালে এই চম্পাৱতী নগৰ পাইছিল। '‘ চম্পাৱতী নামে অতি নগৰ প্ৰখ্যাত। পুলিশে খাজী গৈয়া প্ৰবেশিলা ভাত।” | বৰ্তমান দৃশ্য দেখি নগৰখনক তিনিও ফালে পড়ে যেৰি আছিল বুলি আনিৰ পৰি; কিয়নো গিনিও ফালে খেৰি থকা এড়োখৰ ডাঙৰ দীঘল সমতলভূমি বাহিৰে অঙ্ক কতো তেনে সমতল ভূমি দেখিবলৈ পোৱা যায়। আৰ এটি কাৰণ এই যে এই সমতল ভূমিখনত নগৰৰ ধ্বংসাৱশেষৰ বাহিৰে অল্প কতো তেনে ধ্বংসাৱশেষ দেখিবলৈ বা শুনিবলৈ পোৱা নাযায়। সমতল ভূমিখন আজিকালি নিবিড় অৰণেৰে আচ্ছাদিত, গতিকে তাত ধুক্তিসিদ্ধ প্ৰমাণ থাকিলেও উৰ কৰিব নোৱাৰি। তালৈ মানুহ যোৱাও দুৰূহ কেৱল তাৰ ওচৰৰ পৰ্বত ৰাস কৰা কিছুমান মিকিৰৰপৰা হে দুটি চাইটি ধ্বংসাৱশেষৰ কথা জানিব পাৰি। পিছত আৰু আমাৰ হাল চানি মানুহেও কয় যে কত ঠিক হাতীৰ খাতিৰ পৰে কিছুমান শিল , আমাৰ সচৰাচৰ ঘৰৰ কেটি দৰে ওখ অথচ সমান কিছুমান শিলৰ ভেটি আৰু খুটাৰ আকৃতিৰ কিমান দীঘল শিলে পৰি আছে। সেইবোৰৰপৰা পুৰণি কাল ইয়া কোলোবা ৰজাৰ ৰ আছিল আৰু গহনে উপলব্ধি কৰিব পাৰি। কিয়নো আগৰ (ৰামায়ণ মহাভাৰত আৰু পৌৰাণিক যুগৰ) ৰজাসকলৰ বৰ বেছি ভাল শিখেৰেহে এত আসি। আৰু এটি কথা,চম্পাৱতী কুলৈ অৰ্থাৎ চাপানলা একাতলৈ যোৱা বাটটিৰ অলপ দূৰ হংসখন্দ ৰাৰ প্ৰতিষ্ঠিত এটি মহেশ-শবিৰৰ বংশালে শিও আছে। পুৰণি নগৰৰ ধ্বংসাৱশেষৰ দিন আৰু বাৰ্ষিক লাৰে আৰু ই আমাৰ ৰং উপকাৰ লাৰ। কিন্তু সে বিষয়