পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাহী। [২ বছৰ, সংখ্যা। বুৰঞ্জীত (মতাৰকাশিত) উল্লেখ থকা সৰুলৰ ৰল ৰী পৰাক্ৰম কোন হিন্দুতে সাজানে?. গৰানুৰ স্বয়ং ভগৱানৰ পুত্ৰ আৰু সেই গান হতেই নিধন এ হয়। সৰকাৰৰ পুত্ৰ জগদই (যাৰ এহেজাৰহাতীয়েহে টানিলি) কুৰুক্ষেত্ৰত কৌৰৱৰীয়া হৈ এক ফেহিণী সেন্তৰ নায়ক স্বৰূপে যি শৌৰ্য বীৰ্য আৰু বিপুল বিক্ৰমেৰে বীৰৰ মাহাত্ম্য ঘোষণা কৰি সকলোকে অতি কৰিছিল আৰু অৱশেষত অজুমৰ হাতত প্ৰাণ পৰিত্যাগ কৰিছিল তাৰু মহা- জ্ঞাৰতৰ দ্ৰোণপৰ্ব যি পাঠ কৰিছে তেৱেই বুজিব পাৰিছে। বিদেশৰ ৰাজ কন্যা কণিী দেশ বিদেশত ৰুপৰী বুলি প্ৰখ্যাত হৈছিল আৰু কৃষ্ণৰ পত্নী সকলৰ মাত যি প্ৰথম স্থান অধিকাৰ কৰিছিল, যি দেশৰ ৰাজ-কা উৰাই নিজৰ ভুবনমোহিনী ৰূপেৰে কৃষ্ণৰ মাতিয়ে অনিৰুদ্ধক মোহিত কৰিছিল আৰু ৰি দেশৰ কন্স, শাল, প্ৰভৃত্তি বীৰপুদৱসকলে বিপুল বিক্ৰমেৰে ফুৰে সৈতে যুদ্ধ কৰিছিল, তাতকৈও আৰু পৌৰাণিক কীৰ্ত্তিৰ কিবা বিশিষ্ট প্ৰমাণ লাগিছেনে? | বৰ্তমান নগাওঁ জিলাৰ পুৰণিগুদাম মানে ঠাইৰ চাৰেচাৰি কিম্বা পাঁচ মাইলমান পুধে চাপালা মানে মািন পৰ্বত আৰু এটি জলপ্ৰপাত আছে। আমাৰ মানুহে এই পৰ্বতৰ মাজতেই হংসধ্বজ ৰাৰ নগৰ আছে বুলি পিও ফ। বাস্তবিফতে সেই পৰ্বত আৰু জলপ্ৰপাতটি দেখিলে অকম্মা ই এখন ঐতিহাসিক স্মৃতিবিজৰিত স্থান বুলি বোধ হয়। ভাবপ্ৰবণ আৰু অনুসন্ধিৎসু মানৱ মাত্ৰেই এই চাপানলা নাম উচ্চাৰণ কৰিলেই ইয়াৰে সৈতে বিজৰিত কোনো এটি বিশেষ ঘটনা আছে বুলিনভৰাকৈ থাকিব নোৱাৰে। পাঠকসকল, যি হংসধ্বজ ৰাই মহাৰিক্ৰমী মধ্যম পাণ্ডৱৰ পিন্ধিয়ী খাজী সগৌৰৱে ধৰি যুদ্ধ দিবলৈ সাজু আৰু গৰ্থ হৈলি ৰাৰ সুৰখ আৰু সুধা লাখে দুজন বীৰচুড়ামণি আৰু বৰ পুত্ৰ আছিল, যি হয় ৰাই নিজৰ প্ৰতিজ্ঞাৰপৰা সিপিচলিৰৰ নিমিত্তে নিল এভিম পুত্ৰ নুখবাক এথে যুদ্ধ হাত ফিল হোৱাত তপত তেলত পেলাই দিবলৈ অনুমতি কৰিছিল; যি সুখই পি শিৰোধাৰ্য কৰি ঈশ নাম জপি সিমেসেই সৰু ৰ কৰি উতলি থকা তৈলকুণ্ডত শাপ দিছিল আৰু দিয়া মাকে যাৰ ভিৰ প্ৰভাৱত অপ তেল লালীৰ দৰে চা হৈছিল, যি সুখৰ শৰত দুলবিজয়ী অৰ্জুনৰ প্ৰাণত আন্ত