পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেঠ, ১৮৭৩।] উমেশচন্দ্ৰ বন্দ্যোপাধ্যায়। কৰি আছিল, সেই বছৰৰ মেই মাহত তেওঁ এই “ষোলী কান্ত কৰি উলিয়াবৰ নিমিত্তে বেচাৰাম চাটাজীৰে সৈতে গোটাই সেই কাকতৰ প্ৰথম সম্পাদক শ্ৰীযুত গিৰিচশ ঘোষক বধ কমে সহায় কৰিছিল। সেই কাকত ছপাৰৰ নিমিঞ্চে বেনাৰ্জীয়ে তেওঁৰ বন্ধু যুক্ত কালীপ্ৰসন্ন সিংহৰপৰা ছাপাখানা আৰু প্ৰাধৰ কাকি যত সঙ্কুলি আমায় কৰি দি সেই কাৰ ভেটি ৰান্ধি দিলে। | ভাৰত-মহাসভা (কংগ্ৰেচ} যেতিয়া ১৮৮৫ চনৰ ভিটেশৰ মাহত এখয়ে বম্বেত স্থাপিত হয়, মিঃ বোনাজায়ে যত সময় অংক টকা খৰচ কৰি বদল গৈ তত যথেষ্ট কাৰ্য্যত পৰা উঠোগ আৰু সহানুভূতি দেখুৱাইছিল। এক বন্মেৰ মানুহবোৰে তেওঁক সেই প্ৰথম সন্ত'ৰ সভাপতি বৰণ কৰি তেওঁক আৰু তেওঁৰ দেশক সন্মান কৰি সুখী হৈছিল। ইয়াৰ পিছত তেওঁ এই সভাৰ আৰু এৰাৰ সভাপতি হলে পাইছিল। ১৮৮৬ চনত যেতিয়া এই সভাৰ ২য় অধিবেশন কলিকতাত হয়, মফস্বলৰ প্ৰতিনিধি বিগ (delegates) সেই কেই দিন কলিকতাত থাকিৰৰ নিমিত্তে মিঃ বোনজীয়ে তেওঁৰ “পাৰ্ক স্ট্ৰাটৰ ৰবাৰী একেৰাৰেই তেওঁবিলাকৰ নিমিত্তে এৰি দিছিল। তেওঁ এইদৰে নানা প্ৰকাৰে এই সাৰ প্ৰধান বিয়লি হৈ তাক কেচুৱা অৱস্থাৰপৰা বহু ডাঙৰ দীঘল কৰি ভাৰতৰ বহং উপকাৰ সাৰিলে। ১৮৬৫ চনত তেওঁ বিলাত এইদৰে আগৰণুৱা হৈ “লণ্ডন ইণ্ডিয়াৰ চাইটি” লাৰে এখন সজ, খুত জ্ঞানেন্দ্ৰমোহন ঠাকুৰৰ পৰা প্ৰতিষ্ঠা কৰি মিঃ লাগাতাইনৌৰেজিক সেই সভাৰ সভাপতি পাতি নিয়ে তাৰ সম্পাদক হৈ নিজ পেশৰ গৌৰৱ বিস্তাৰ কৰিছিল। সেই সঙ। আজিকানি ডাঙৰ হৈ “ইষ্ট ইন্ডিয়া এতোদিন"ৰ লগ লাগিল। | ওকালতী বাৰু দেশৰ কাষত তেওঁৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম নেছি হোৱাত তেওঁক গমূল্প ৰোগে আক্ৰমণ কৰি তেওঁৰ খাৰ হলি কৰিবলৈ পৰিলে। ৰা পৰিৱৰ্তন কৰিৰ মনেৰে ১৮৮৮ চনত তেওঁ আকৌ ইংলগলৈ গৈ ক'ৰাৰে চহৰত মাটিৰাৰ কিনিনি এক খিৰিপুৰ জিলা নি সি কিমি নে মনে বিই শৰীৰ ভাল ৰিষৰ মন কৰিলে। কিন্তু তে ইংলণ্ড পাই অলপ দিন আনে বিশ্ৰাম লওঁতেই অকে গেওঁৰ হিয়াত বয়ে