পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লে, ১৮৩৮। উমেশচন্দ্ৰ বন্দ্যোপাধ্যায়। ২৯১ ders) লগত সেই কাৰতে আকৌ নোমই অতি অলপ দিনৰ ভিতৰত এনে জাইল জনা গৈণ পণ্ডিত হৈ উঠিল যে ১৯৬ চনৰ ১৬ অক্টোবৰ, বষে দেশৰ স্যৰ ৰচটভি বিলিয়ে দিয়া আইন মংলা এ আখী আল- পানি পৰীক্ষাত প্ৰথম হৈ উঠি বিলাত ৰেৰিৰি পৰিৰ নিমিতে লাইকীয়া জলপানি লৈ যাব পৰা হল। এই আইনৰ মহলাৰ নিমিত্তে ৫টা ১লাখ টকীয়া আলগানি আছিল। তিনটা বন্বেৰ, এটা মাত্ৰাৰ আৰু বাকিটে এগৰ লৰাৰ নিমিত্তে। বঙ্গদেশৰটোৰ জলপানি নিষিয়ে হেৰী ৰেই ফি Henry Raymond Fink), হাইকোৰ্ট উকীল অশ্বিচৰণ ৰ, ভগ্নি, টি, ষোলজী আখি ১২ জন চোষা বুন্ধিৰ হাতৰ আছিল। আমি পৰীক্ষাত আটাইকে চেৰ পেলাই ডব্লিউ, চি, বোলাজী সকলোতকৈ আগ বাঢ়িল। তেও ১লা টকাৰ জলপানি লৈ বিলাতলৈ গৈ ধৈৰ্য সহিষ্ণুতা আৰু পৰিশ্ৰমেৰে ৰিভোল টেম্পোল" (Middle Temple) নামে আইনপঢ়াশালিত পঢ়ি গোপ ধোপে সকলো মহুলাবোৰত উঠি নিয়মিত সময়ত এজন প্ৰধান নামলা বেৰিৰ হৈ ১৮৬৮ চনত কলিকতা হাইকোৰ্ট “ডকেট” হৈ বহিলহি। হাইকোৰ্টৰ খেৰিৰৰ তালিকাত তেওৰ নাম লগোৱাৰ অলপ দিনৰ পিছতে তেওঁৰ বন্ধু যেৰিষ্টৰ মনমোহন ঘোষৰ কৃঞ্চনগৰৰ লৈ তেওঁ ফুৰিবলৈ গৈছিল। এজন বিলাতী চিঞ্চিলিয়ানে এজলী দুখীয়া গাৱৰীয়া তিৰোতা মানুহক মিছ সাক্ষী হিয়াৰ অভিযোগত (perjury) কত দি তাইৰ ওপৰত ভাঙৰ গোচৰ লগাইছিল। সেই তিৰোতা মানুহজনীয়ে মনমোহন ঘোষ বেষ্টিৰ ধৰিবৰ মন কৰিছিল, কিন্তু মিঃ ঘোষৰে সৈতে গুচৰীয়া চিঞ্জিন্সিয়াল চাহাবৰ খ একা বাৰে তেওঁ সেই গোটৰ হাতত লয় নোৱাৰিলে। ডব্লিক্ট চি, বোনাৰ্জীৰে সেই মানুহজনীৰ এনে দুৰ্গতি দেখি নিয়ে সেই গোচৰ হাতত লৈ এনে যুক্তিসঙ্গত আইন আৰু বুক কৰি তাইক “খালা” কৰিলে, যে মিঃ ডব্লিউ, এফ, মেঙনেল (Mr. W F, Macdonell) গজ, চাহাৰকে আমি কৰি সকলো ভকং শালি যি বোনালীক নন শলাগিবলৈ ধৰিলে। এই গোচৰৰ পৰা তেওৰ নাৰ দেশত বিয়াপি পৰিল। | ১৮৮৩ চনত যেতিয়া ভাৰতৰ গৌৰৱ শ্ৰীযুত সুৰেন্দ্ৰনাথ শাজী কামাল ৰজা ফৰাৰ সৰ পৰে, আৰু ১৮৮৭ চনত যেতিয়া চেনেন" কাগজ