পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। [ , সংখ্যা সঙ্গতিপয় আৰু মুখীয়া মানুহৰ উদশণি পাব লাগে। এওঁবিলাকৰ ৰাই আমাৰ দেশৰ লুপ্ত হোৱা শিল্প আৰু কৃষি বিষয়ক বহুত ব্যৱসায়ৰ ক্ৰমান্বয়ে উন্নতি বিধান কৰাই সেইবোৰ নতুন সাজেৰে সজাই তোলাব লাগে। আন অন দেশৰ শিল্পৰ অৱৰে আমাৰ দেশৰ শিল্পৰ অৱস্থা ৰিাই চাই হীন ভাগ পূৰাবলৈ এওঁবিলাকৰ হতুৱাই যথেষ্ট যত্ন কৰোৱা উচিত। শিক্ষিত শ্ৰেণীয়ে তেওঁবিলাকৰ কাৰ্য্য মাজেসময়ে পৰিদৰ্শন কৰি আৰু তৈমাৰি হোৱা বস্তুৰ গঢ়-পিট চাই তেওঁবিলাকক সন্তাৰ আৰু বুদ্ধি দিয়া উচিত। ওপৰত কোৱা দেষবোৰ সংশোধন কৰি কৈ অহা নিয়ম মতে কাৰ্য কৰিব পাৰিলেই আমাৰ শিৱৰ উন্নতি অতি সোনকালে সাধিত হব বুলি আমাৰ বিশ্বাস। এবোধনা পটজিয়া। অসমীয়া ভাষাৰ সম্পৰ্কে আৰু দুআষাৰমান কথা। আজিৰ যকৃতাৰ কথাবোৰ মোৰ ইয়াৰ আগৰ বক্তৃতাটোৰপৰা মেলা ঠেঙ লি। তাৰপৰা এই ঠেঙুলি খেলা উচিত নাছি; কিন্তু মেলিলে যেতিয়া তাৰ এটা দিহা কৰা কৰ্তব্য হল। আগৰ সেই বক্তৃতাৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰাৰ সময়ত আমাৰ কোনো কোনো বন্ধুৱে দুটা চাইটা নতুন অথচ পুৰণি কথা উলিয়াইছিল যিবোৰৰ সৈতে সেই দিনাৰ ঘাই ৰক্ত তাৰ সাতাৱে সমন্তু কম। কিন্তু যদিও সেইবোৰৰ সৈতে মোৰ ৰক্ত- তাৰ লগা-ভগা নিচেই পাতল আছিল, তথাপি সেই দিন সময়ৰ নাটনি নোহোৱাহেঁতেন সেইবোৰৰ বিষয়ে তেতিয়াই মোৰ কবলগীয়া কথা কলে- হেঁতেন। সি যি হওক, সেই দিনাৰ সভাৰ সুযোগ্য সভাপতি এম্প বন্ধু ৰৰকাকতী ভাঙৰীয়াই সেইবোৰৰ চমুকৈ উত্তৰ দিছিল। মই আজি সেই উত্তৰৰ সমৰ্থন পেহে দুষাৰমান কথা কব খুজিছে।। সেই দিনাৰ সভাত কোনো কোনো সত্যৰ মুখৰপৰা ওলোৱা এটা দুটা কথা খনি মোৰ মনত পেলাইছিল যে, অসমীয়া ভাষা কাৰু কয়, গুৰিৰ সেই