পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

, ১৮৩৩। কখাপকথন। ২৭৭ ঝিক পৰিত্ৰ আৰু কোমল এই খিনিতে এটি উপাখ্যান কওঁ। এট। ব্যাধে একে বাহৰে দুটা অটো চৰাইৰ পোৱালী নি এখন নগৰত যেচিলি। এটা পোৱালী এজন ৰামুণে কিনি পুহিছিল, আনটো পোৱালী এটা ভেবে কিনি নিছিল। মাচেৰেকৰ পাছত সেই দুটো গোৱালীয়ে বোকৈ মত লৈছিল। বামুণৰ ৰৰ পোৱালীটোৱে ঈশ্বৰৰ নাম গাইছিল; কিন্তু ডোমৰ ঘৰৰ পোৱালীটোৰ মুখত কেৱল নিজ গালি হে ওলাইছিল। সেই দেবি কওঁ, যেনেকৈ সজ পুথি বাছি উপকাৰৰ নিমিৰে পঢ়া যায় তেনেকৈ সজ লগৰীয়াও আলাপৰ নিমিষে বাছি লব লাগে। ফি পুথি আৰু শৰীয়াৰ পৰা আমাৰ উন্নতি আৰু আনন্দ লাক্ত হয় সেয়েই সঙ্গ পুখি আৰু সৰু লগৰী। যাৰপৰা উন্নতি বা আনন্দ এক লাত কৰিব নোৱাৰি, তেনেকুৱা লগীয়া তাৰ অধিকাৰী কৰিবলৈ চেষ্টা কৰা আমাৰ কৰ্তব্য। আমি অনেক পুৰুষাৰ্থ কৰিও তেওঁৰ হিতসাধন কৰিব নোৱাৰিলে আৰু তেওঁৰপৰা একো হিত নহলে, তেওঁৰ লগ এৰি পেলোৱাই শেহত উচিত হব। কোনো মানুহক নিজৰ লগৰীয়া বন্ধু বুলি গ্ৰহণ কৰাৰ আগেয়ে তেওঁৰ স্বাৰ চৰিত্ৰ ভালকৈ বুজিবলৈ চেষ্টা কৰিব লাগে; যদি তেওঁ বয়সত ডাঙৰ হয় তেন্তে তেওঁক প্ৰশ্ন কৰি তেওঁৰ উত্তৰ কাৰ পাহি নিব লাগে। যদি তেওঁ বয়সত সৰু হয় তেড়ে তেওঁক হিতোপৰ দ্বাৰাগ বালে খানিব লাগে। কথোপকথনৰ কিছুমান সাধাৰণ নিম তুলত শিখ। শল। এইবিলাক নিয়ম ইবাদী Etiquette বিষয়ক পৰিপৰা লৰ কৰা হৈছে। ১। সকলে আলাপত্তে তোমাৰ খন সৰু সৰু লৰাছোৱালীবিলাকৰ নিচিনা আগময় ৰাখিষা। মংমমেৰে লগত যোগ দিলে তোমাৰ লগৰীয়া- বিলাকৰ মুখৰপৰা অনেক আগলি কৰা ওলা। ২। কথাৰ ওপৰত কৰা না। এতে কথা কৈ শেষ কৰিলেহে এনি অনেক পায়। ৩। ক-পাঠাতে বিৎ হব নেলাগে আৰু চিঞৰ-বাখৰ কৰিব নেলাগে। নয় তাৰে মিঠা মুখে পানি লাগে। || শাহী - হোগ। WWWা-যোগে দূয়। শায়েনি হাই-নোহোৱাই লকি ফাটা; আনকো তৈ মুযোগ দিন