পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাহা। ( ২ বৰ, ৬ষ্ঠ সংখ্যা। যুধিষ্ঠিৰ প্ৰকাশৰপৰ। যিদ নগৰলৈ গৈ পয়েষ্ণ নদীৰ পাৰতে কিছু দিন থাকে। ভাৰপৰা দৰ্ম্মা, যমুনা, সতী আদি তীৰ্থ-ঠাইবিলাকলৈ গৈ সিন্ধুনী পাছগৈ। যুধিষ্ঠিৰ তীৰ্থ দেখুৱাই ফুৰা শোমশ ঋষিয়ে যুধিৰািদিক তাৰে পৰা কাশ্মীৰ দেখুৱা। এতিয়া লেখা গল, ভগবান কৃষ্ণদ্বৈপায়ণে যুধিষ্ঠিৰক কামকৰনৰপৰা উলিয়াই, এয়াগ আদি তীৰ্থ ঘূৰাই, কৌশিকীৰ পাৰে পাৰে নিয়াই, কলিঙ্গ, দ্ৰাখিদেশ, সিন্ধুনদী আমি কুৰুৱাই কাশ্মীৰ দেখুৱাই, গোটেই আবষখন ফুৰালে; কিন্তু অসমৰ সীমা কৰগোয় তা পাৰ নকৰালেই, এগজ্যোতিষৰ সীমা কৌশিকীও পাৰ নৰালে, পাৰে পাৰে নি কৰি পোৱা লৈগে। অসমক পাণ্ডৱৰজিত দেশ খোলা অপশৰ মূল এয়েই; কিন্তু এই অপৰাটোৱেই অসম যে ভূমিৰ ভিতৰৰ মই এইটি বই ফুৰি প্ৰমাণ কৰে। ব্যাসদেৱে যুধিষ্ঠিৰ এইখিলি মৰ্তত হৈ ফুৰুৱাইছে, পিছত দেখা বা অনক বিচৰাই স্বৰ্গলৈকো মিম। কাশ্মীৰ চাই যুধিষ্ঠিৰে ভৃগুদু আদি তীৰ্থ চাই চাই গঙ্গা পাইহি। তেনে হলে বুজ। গল, যুধিষ্ঠিৰে আকৌ পূৰ্বাভিমুখে গতি ধৰিলে। তাৰপৰা গৈ গৈ বৈঞ্জা পায়। বৈক্তাশ্ৰম ক’ত ঠিক কৰা টান; কিন্তু তাৰেপৰা যেত, মন্দাৰ, কৈলায় আৰু গন্ধমাদন পঙ দেখুৱাই লোমশ ঋষিয়ে মহাৰাঞ্জ যুধিষ্ঠিৰক যে সাৱধাৰ কৰি দিয়ে আৰু কথাবাৰ্তা কৈ গৈ থাকি নুহ আৰ পুলিঙ্গ বা পায়। তাতে তেওঁলোকে কিত, সুজন, পুলি আৰু কামৰসকলক দেখি বৰ আচৰিত হয়। ভুয়া আলম ঘোৰা প্ৰসিদ্ধ। আন কোনো ঠাইৰ খোৰাকে তৰুণ লয়। এই জশ আৰু অৰৰ নামৰপৰা জনা যায়, যে এই ৰাজ্যখন অমৰসকলৰ ৰাসস্থানৰ ওচৰৰ নামনিৰ কোনো ভুটীয়া ৰাজ্য। যুধিষ্ঠিৰ মুৰৰ পুৰীয়ে এৰাতি থাকি, তেওঁৰ লগৰ ৰখ, মোৰা, চাৰৰ মাকৰ মধ্যে নুহৰ বিশ্বতে ৰাখি পি সি লোমশ কৰি, তী, নকুল, সদেৱ আৰু দ্ৰৌপদীৰে নাথোৰ আৰু লগত ফুৰা ব্ৰাহ্মণসকলৰে সৈতে কৈলাস পৰ্বতলৈ পালে যাত্ৰা কৰিলে। হেপী, মদেৰ আৰু একো ভাতে ৰাখি যাবলৈকে ৰন কৰিস্থিল; কিন্তু এক দেখিবলৈ সকলোৰে হেপাহ। এল শিক্ষা কৰিবলৈ স চাৰি ৰয়ৰ যেওঁলোকৰ লগ এৰি বৰ্গত আছে গৈ। এতিয়া পৰে পথ-পশ্চিম মৃত পলক নেদেখাকৈ থাকি